• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

এতিয়াৰ পৰা দীঘলীয়া নহ’ব ট্ৰেইনৰ ৱেইটিং লিষ্ট! নিৰ্ধাৰণ কৰা হৈছে টিকটৰ পৰিমাণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 17, 2025 9:04 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যাত্ৰীসকলে দূৰ যাত্ৰাৰ বাবে আগতীয়াকৈ টিকট বুকিং কৰে। সংৰক্ষিত টিকট বুকিং কৰাৰ সুযোগ দুমাহ আগতেই উপলব্ধ হয়। বহু ৰে’লৰ ক্ষেত্ৰত বুকিং আৰম্ভ হোৱাৰ কেইঘণ্টামান বা কেইদিনমানৰ ভিতৰতে টিকট শেষ হৈ যায়। দীঘলীয়া হৈ আহে। এতিয়াৰে পৰা ‘ৱেইটিং লিষ্ট’ত বুকিং হ’বলগীয়া টিকটৰ সংখ্যা নিৰ্ধাৰণ কৰা হৈছে।

ভাৰতীয় ৰে’লৱেই জনাইছে যে সংশ্লিষ্ট ৰে’লখনৰ যিকোনো শ্ৰেণীৰ (স্লিপাৰ বা এচি) আসনৰ সংখ্যাৰ ২৫ শতাংশ ৱেইটিং লিষ্টত বুকিং কৰিব পাৰিব। অৰ্থাৎ যাত্ৰীসকলে ‘ৱেইটিং লিষ্ট’ত যিকোনো শ্ৰেণীৰ ২৫ শতাংশ আসন বুকিং কৰিব পাৰিব। তৎকালীণ টিকটৰ ক্ষেত্ৰতো একে নিয়ম প্ৰৱৰ্তন কৰা হৈছে। ১ জুলাইৰ পৰা এই নতুন নিয়ম কাৰ্যকৰী কৰিবলৈ ওলাইছে ৰে’লৱে বিভাগে।

Apply Now

ৰে’লৱেৰ মতে, ৰে’লৰ টিকট দালালসকলক ৰখাবলৈ তেওঁলোক আগ্ৰহী। বহু ‘এজেণ্টে যাত্ৰীৰ পৰা বহু টকাৰ বিনিময়ত টিকট ক্ৰয় কৰে। বহু ক্ষেত্ৰত দেখা যায় যে টিকট নিশ্চিত হোৱাৰ সম্ভাৱনা প্ৰায় নাথাকে। এই চক্ৰটোক প্ৰতিহত কৰিবলৈ ‘ৱেইটিং লিষ্ট’ সীমিত কৰা হৈছে। আগতে ‘ৱেইটিং লিষ্ট’ত কিনিবলগীয়া টিকটৰ সংখ্যাৰ কোনো সীমা নাছিল। সেই সংখ্যাটো জ’নৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হৈছিল। কোনো কোনো ঠাইত ৩০০, কোনো কোনো ঠাইত ৪০০ পৰ্যন্ত টিকট ‘ৱেইটিং লিষ্ট’ত কিনিব পৰা গৈছিল। কিন্তু এতিয়া তেনে কৰা সম্ভৱ নহয়।

এই জালিয়াতি ৰোধৰ বাবে আৰু কিছু পদক্ষেপ গ্ৰহণ কৰিছে ৰে’লৱেই। বিশেষকৈ তৎকাল টিকট ক্ৰয়ৰ নিয়মো সলনি কৰিছে। আই আৰচিটিচিৰ ৱেবছাইট বা এপৰ পৰা তৎকাল টিকট ক্ৰয় কৰিবলৈ যাত্ৰীসকলে আধাৰ কাৰ্ড ব্যৱহাৰ কৰিব লাগিব। ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱা এই নতুন নিয়ম। অৰ্থাৎ যিসকলৰ আই আৰ চি টি চিত একাউণ্ট আছে তেওঁলোকে নিজৰ আধাৰ ইউজাৰ আই ডিৰ সৈতে লিংক কৰিব লাগিব। যাত্ৰীসকলে তৎকাল টিকট ক্ৰয় কৰিব পাৰিব যদিহে তেওঁলোকৰ আধাৰ তেওঁলোকৰ ইউজাৰ আইডিৰ সৈতে লিংক হৈ থাকে। কেৱল অনলাইনেই নহয়, কাউণ্টাৰত তৎকালৰ টিকট ক্ৰয় কৰাসকলৰ বাবেও আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক।

Tags: AadhaarLinkingIndianRailwaysIRCTCNewRailwayRulesRailwayTicketRulesRailwayUpdateTatkalBookingTicketScamPreventionTrainTravelIndiaWaitingListLimit
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm
দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি : আটক অসমৰ কেইবাগৰাকীও যুৱক-যুৱতী

দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি : আটক অসমৰ কেইবাগৰাকীও যুৱক-যুৱতী

October 2, 2026 5:25 pm
দক্ষিণ ভাৰতৰ বিশ্ববিদ্যালয় সমূহৰ  নিৰ্বাচনত বাঁওপন্থী সংগঠনৰ জয় : মুখ ঠেকেছা এবিভিপিৰ

দক্ষিণ ভাৰতৰ বিশ্ববিদ্যালয় সমূহৰ  নিৰ্বাচনত বাঁওপন্থী সংগঠনৰ জয় : মুখ ঠেকেছা এবিভিপিৰ

October 2, 2026 4:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd