• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 2, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মেঘালয়

চতুৰ্থখন তালিকা প্ৰকাশ এন পি পিৰ

NE NOW NEWS এন ই নাও নিউজ
শ্বিলং , December 18, 2017 2:04 pm

1 min read

চতুৰ্থখন তালিকা প্ৰকাশ এন পি পিৰ
73
VIEWS
Share on FacebookShare on Twitter

নতুন বছৰৰ আৰম্ভণিতে হ’ব লগীয়া মেঘালয় বিধান সভা নিৰ্বাচনৰ বাবে মেঘালয়ৰ নেচনেল পিপল’ছ পাৰ্টীয়ে চতুৰ্থখন প্ৰাৰ্থীৰ তালিকা দেওবাৰে প্ৰকাশ কৰিছে। এই তালিকাখনত ১০ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে। ১০ গৰাকী প্ৰাৰ্থী ক্ৰমে ৩৭ নং খাৰকুটা বিধান সভা সমষ্টিৰ পৰা ৰুপাৰ্ট মমিন, ৰংজেঙৰ পৰা জিম চাংমা, টিকৰিকিলাৰ পৰা অগষ্টিন ডি মাৰ্ক, ফুলবাৰীৰ পৰা এছমা তুৰ মমিম, ৰংচাখোনাৰ পৰা চুবিৰ মৰক, মহেন্দ্ৰগঞ্জৰ পৰা চঞ্জয় চাংমা, গেমবাৰ্জৰ পৰা ফিলিপ’ল মাৰাক, ডালুৰ পৰা বি এ চাংমা, চোকপটৰ পৰা চেকোনছন চাংমা আৰু বাঘমাৰাৰ পৰা চেঙনাল চাংমাই প্ৰতিদ্বণ্ডিতা আগবঢ়াব। এই তালিকাখন প্ৰকাশ কৰে এন পি পিৰ ৰাজ্যিক সভাপতি ড০ ডব্লিউ আৰ খাৰলুখীয়ে। মেঘালয় বিধান সভাৰ ৬০টা সমষ্টিৰ ভিতৰত এন পি পিয়ে এতিয়ালৈ ৩৯ গৰাকী প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে।

‘আমি মেঘালয় বিধান সভা নিৰ্বাচনত সংখ্যা গৰিষ্ঠতা পাম। খাচিয়া আৰু জয়ন্তীয়া অঞ্চল সমূহৰ পৰা তথা গাৰো পাহাৰৰ পৰাও যথেষ্ট সংখ্যক ভোটেৰে আসন লাভ কৰিম’ এই মন্তব্য আগবঢ়াই তুৰা লোকসভাৰ সাংসদ কে চাংমাই।

 

Recent News

a pos

কোভিড পজিটিভ ভোটাৰৰ ক্ষেত্ৰত কেনে বিধি ব্যৱস্থা?

Akhil Sithi

কংগ্ৰেছ মহাজোঁটত AIUDF নাথাকিলে ৰাইজৰ দলৰ সমৰ্থন পাব মহাজোঁটে

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

ballot_paper

পোষ্টেল বেলট সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা, কি কি ঘোষণা কৰিলে তেওঁ?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd