• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চালানী মাছৰ ওপৰত নিষেধাজ্ঞা জাৰিৰ বাবে সাজু মেঘালয় চৰকাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 17, 2018 1:20 pm
fish-market-570x320

প্ৰতিনিধিত্বমূলক চিত্ৰ

103
VIEWS
Share on FacebookShare on Twitter

বিষাক্ত ফৰ্মেলিনযুক্ত চালানী মাছ বিক্ৰীৰ বাবে অসম চৰকাৰে নিষেধাজ্ঞা জাৰি কৰাৰ পাছতে এতিয়া মেঘালয় চৰকাৰেও এনেধৰণৰ ফৰ্মেলিনযুক্ত চালানী মাছৰ আমদানী বন্ধ কৰিবলৈ যোজা কৰা পৰিলক্ষিত হৈছে। চৰকাৰীভাৱে এতিয়ালৈকে চালানী মাছৰ আমদানী নিষিদ্ধ কৰা নাই যদিও বুধবাৰে এই সম্পৰ্কে নিষেধাজ্ঞা জাৰি কৰাৰ পূৰ্ণ সম্ভাৱণা আছে।

উল্লেখযোগ্য যে দ্বিতীয় বাৰৰ বাবে  চালানী মাছত বিষাক্ত ফৰ্মেলিন ধৰা পৰাৰ পাছতে এতিয়া মেঘালয় চৰকাৰে আমদানীকৃত মাছৰ ওপৰত নিষেধাক্ষা জাৰি কৰাৰ পোষকতা কৰিছে।

অসমৰ দৰে মেঘালয়েও মূলতঃ অন্ধ্ৰপ্ৰদেশৰ পৰাই সৰহ সংখ্যক মাছ আমদানী কৰে।

মেঘালয়ৰ খাদ্য সুৰক্ষাৰ আয়ুক্তই চালানী মাছৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

এই সম্পৰ্কত মেঘালয়ৰ মীন বিভাগৰ মন্ত্ৰী কামিঙৱান য়িমবনে কয়, ‘চালানী মাছৰ নমুনা পৰীক্ষাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। আৰু এই নমুনাৰ ফলাফল বুধবাৰে ওলাব। আৰু ইয়াৰ পাছতে চালানী মাছ সম্পৰ্কত আমি কি সিদ্ধান্ত গ্ৰহণ কৰো সেয়া ৰাজহুৱা কৰিম’।

উল্লেখযোগ্য যে মেঘালয়ত প্ৰতিবছৰে ১২ হাজাৰ মেট্ৰিক টন মাছ উৎপাদন হয় যদিও চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ বাহিৰৰ পৰা ৯ হাজাৰ মেট্ৰিক টন মাছ আমদানী কৰা হয়।

Recent News

টোল কৰঃ ৩ হাজাৰ টকাৰ নতুন FASTag বার্ষিক পাছ ঘোষণা নীতিন গাডকাৰীৰ

টোল কৰঃ ৩ হাজাৰ টকাৰ নতুন FASTag বার্ষিক পাছ ঘোষণা নীতিন গাডকাৰীৰ

আধাৰ সংশোধনৰ নতুন যুগ: এতিয়া কেন্দ্ৰলৈ দৌৰাৰ দিন শেষ, অ’টিপিৰে হ’ব সকলো কাম!

আধাৰ সংশোধনৰ নতুন যুগ: এতিয়া কেন্দ্ৰলৈ দৌৰাৰ দিন শেষ, অ’টিপিৰে হ’ব সকলো কাম!

প্ৰেমিকৰ সৈতে হোটেলৰ কোঠাত হাতে-লোটে ধৰা পেলালে স্বামীয়ে : ১২ ফুট উচ্চতাৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা মহিলাৰ

প্ৰেমিকৰ সৈতে হোটেলৰ কোঠাত হাতে-লোটে ধৰা পেলালে স্বামীয়ে : ১২ ফুট উচ্চতাৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা মহিলাৰ

ট্ৰাম্পক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদী: সন্ত্ৰাসবাদী কাৰ্যকলাপক যুদ্ধৰ দৰে লোৱা হ’ব!

ট্ৰাম্পক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদী: সন্ত্ৰাসবাদী কাৰ্যকলাপক যুদ্ধৰ দৰে লোৱা হ’ব!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd