• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

চীনলৈ শক্তিশালী বাৰ্তা প্ৰেৰণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অচিৰেই অৰুণাচল ভ্ৰমণ কৰিব

NE NOW NEWS এন ই নাও নিউজ
ইটানগৰ , January 3, 2018 2:15 pm

2 min read

চীনলৈ শক্তিশালী বাৰ্তা প্ৰেৰণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অচিৰেই অৰুণাচল ভ্ৰমণ কৰিব

ফাইল ফটো

77
VIEWS
Share on FacebookShare on Twitter

প্ৰতিবেশী চীনলৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰাৰ দৃষ্টিভংগীলৈ এই বছৰৰ প্ৰথম ভাগতে অৰুণাচল ভ্ৰমণৰ কাৰ্যসূচী গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। চীনে দীৰ্ঘদিন ধৰি সীমান্তৰ ৰাজ্যখনত শীৰ্ষ নেতাৰ ভ্ৰমণত তীব্ৰ আপত্তি দৰ্শাই আহিছে।

ভ্ৰমণৰ তাৰিখ চূড়ান্ত হোৱা নাই যদিও সূত্ৰসমূহে প্ৰকাশ কৰিছে যে অলপতে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ মাজত হোৱা বৈঠকত ইতিমধ্যে পৰিকল্পনাটোৰ বিষয়ে আলোচনা কৰা হৈছে।

চীনে যোৱা বছৰৰ নৱেম্বৰত প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু ডিচেম্বৰ মাহত ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দৰ অৰুণাচল ভ্ৰমণৰ সময়ত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।

ইয়াৰ আগেয়েও আধ্যাত্মিক নেতা দালাই লামাই অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰাৰ সময়ত চীনে তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছিল। আনকি ২০১৬ চনত তেতিয়াৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতৰ অৰুণাচল ভ্ৰমণকো চীনে সহজভাৱে লোৱা নাছিল। ২০১৫ চনত মোডীৰ প্ৰথমটো অৰুণাচল ভ্ৰমণৰ সময়তো চীনে তীব্ৰ প্ৰতিবাদ জনাইছিল।

চীনে ইউপিএ চৰকাৰৰ দিনতো ভাৰতীয় নেতাৰ ভ্ৰমণৰ বিৰোধিতা কৰিছিল। কিন্তু অৰুণাচল প্ৰদেশক তেওঁলোকৰ ভূখণ্ডৰ অংশ হিচাপে দাবী কৰি অহাৰ পিছৰে পৰা শেহতীয়াভাৱে চীনে প্ৰতিক্ৰিয়া প্ৰকাশত তৎপৰতা দেখুৱাবলৈ লৈছে।

এক বাতৰি মতে অৰুণাচল প্ৰদেশৰ উজনি ছিয়াং জিলাৰ বিশিঙৰ ওচৰত প্ৰায় এসপ্তাহ ধৰি ভাৰতীয় আৰু চীনৰ সৈন্যই অৱস্থান কৰিছিল। এই অৱস্থান আৰম্ভ হৈছিল যোৱা ডিচেম্বৰত পথ নিৰ্মাণৰ যন্ত্ৰ পাতি লৈ ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰাৰ পিছত। বাসিন্দা সকলে কৈছে যে ভাৰতীয় সৈন্যই বিশিঙ গাওঁৰ ওচৰত চীনা সৈন্যক বাধা দিছিল আৰু তেওঁলোকৰ পথ নিৰ্মাণৰ যন্ত্ৰ পাতিসমূহ জব্দ কৰিছিল।

অৱশ্যে উজনি ছিয়াং জিলাৰ জিলা প্ৰশাসনৰ বিষয়াই চীনৰ এনে কোনো কাৰ্যকলাপৰ কথা অস্বীকাৰ কৰিছে।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd