DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

চীনৰ অবৈধ কাৰ্যকলাপ সন্দৰ্ভত হস্তক্ষেপ দাবী টি এম পি কেৰ

এন ই নাও নিউজ ব্যুৰো by এন ই নাও নিউজ ব্যুৰো
December 10, 2017 11:14 am
চীনৰ অবৈধ কাৰ্যকলাপ সন্দৰ্ভত হস্তক্ষেপ দাবী টি এম পি কেৰ
112
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম মিছিং ছাত্ৰ সন্থা টাকাম মিছিং পৰিণ কেবাঙ (টি এম পি কে) ই কেন্দ্ৰীয় চৰকাৰ তথা আন্ত:ৰাষ্ট্ৰীয় সম্প্ৰদায়ক চীনে তিব্বতত চলাই অহা অবৈধ কাৰ্যকলাপত হস্তক্ষেপ কৰাৰ দাবী জনাইছে।

সংগঠনটোৱে জনায় যে তিব্বতত চীনে ছাংপো নদীক প্ৰদূষিত কৰাৰ ফলত সেই নদীটোৱে অৰুণাচলত চিয়াঙ আৰু অসমত ব্ৰহ্মপুত্ৰ হিচাপে পৰিচিত নদী দুখনকো প্ৰদূষিত কৰিছে আৰু ই এক অতি ভয়ংকৰ অন্যায়।

ছাত্ৰ সংগঠনটোৱে লগতে দাবী কৰে যে চীনৰ চৰকাৰে শীঘ্ৰেই ওয়ৰলাঙ ছাংপো নদীৰ অবৈধ গতি সলনি কৰা তথা ইয়াক প্ৰদূষিত কৰা কাৰ্য বন্ধ কৰিব লাগে।

টি এম পি কেই মিছিং একচন কমিটি আৰু সদৌ মিছিং মহিলা মৰ্চাৰ সহযোগত  ১১ ডিচেম্বৰত গোটেই অসমজুৰি আৰু পাছিঘাটৰ ৰঙাঘাটত নদীখনৰ জৈৱ বৈচিত্ৰ ধ্বংস কৰাৰ চীনৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তুলিব।

সংগঠনটোৱে চীনৰ এনে ভয়ংকৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে সকলো জনসাধাৰণকে একত্ৰিত হৈ প্ৰতিবাদ কৰাৰ বাবে আহ্বান জনাইছে।

ইপিনে ব্ৰহ্মপুত্ৰৰে বৈ অহা ঘোলা পানীক লৈ ইতিমধ্যে সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চৰকাৰে নদীখনৰ প্ৰদূষিত পানী পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু প্ৰাথমিক পৰীক্ষাত এই পানী অত্যন্ত ক্ষতিকাৰক হিচাপে বিবেচিত হৈছে।

ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ প্ৰদূষিত পানীৰ দ্বাৰা আক্ৰান্ত ৰাজ্যখনত হৈ জীৱ-জন্তুৰ মৃত্যু হোৱাৰ বাতৰিও পোৱা গৈছে।

Recent News

Russia-Ukraine war

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Krishna Janmabhoomi case

কৃষ্ণ জন্মভূমিত মছজিদ বিতৰ্ক: শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ কৰা আবেদন দাখিলত অনুমতি আদালতৰ

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd