• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, December 7, 2019
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চৰকাৰে ল’ব ঐতিহাসিক জোনবিল মেলাৰ আন্তঃগাঁথনি উন্নয়নৰ পদক্ষেপঃ জোনবিলত ঘোষণা মুখ্যমন্ত্ৰীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 20, 2018 10:32 pm

1 min read

জোনবিলত অসমৰ মুখ্যমন্ত্ৰী

জোনবিলত অসমৰ মুখ্যমন্ত্ৰী

79
VIEWS
Share on FacebookShare on Twitter

জোনবিল মেলাৰ আন্তঃগাঁথনি উন্নয়নৰ দিশত ফলপ্ৰসূ আৰু বাস্তৱমুখী পদক্ষেপ গ্ৰহণৰ বাবে মেলাখনৰ সকলো দিশ সামৰি ৰাজ্য চৰকাৰক এক বিস্তৃত প্ৰতিবেদন দাখিলৰ বাবে আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জাগীৰোড আৰু মৰিগাঁৱৰ বিধায়কদ্বয়ক নিৰ্দেশ দিছে।

মৰিগাঁৱৰ দৈয়াং বেলগুৰিত অনুষ্ঠিত জোনবিল মেলাত দিয়া মুখ্য অতিথিৰ ভাষণত এই নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰী পৃষ্ঠপোষকতাৰ জৰিয়তে ঐতিহাসিক এই মেলাখনক পৰ্যটনৰ এক অন্যতম উৎস হিচাপে গঢ়ি তুলিব পৰা যাব।

কাৰ্বি, খাচি, জয়ন্তীয়া, তিৱা আদি বিভিন্ন জনজাতীয় লোকে কৃষিজাত সামগ্ৰী বিনিময় কৰা এই জোনবিল মেলাই এক বিৰল ঐতিহ্য বহন কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এই মেলাখনক সমন্বয়ৰ তীৰ্থভূমি বুলি অভিহিত কৰে।

উল্লেখযোগ্য যে যোৱা বছৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জোনবিল মেলাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ঘোষণা কৰা এক কোটি টকাৰ সাহায্য অসম চৰকাৰে ইতিমধ্যে মোকলাই দিছে।

আজিৰ অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে কেইবাগৰাকী ৰজালৈ ৬০ হাজাৰ টকাকৈ চেক প্ৰদান কৰে।

নৰ্থ-ইষ্ট নাওৰ বিভিন্ন ভিডিঅ’ চাবলৈ আমাৰ YouTube চেনেলটো Subscribe কৰক

Recent News

Unnao

মৃত্যুৰ পূৰ্বে ধৰ্ষণকাৰীৰ ফাঁচী চাই যাব বিচাৰিছিল উন্নাওৰ ধৰ্ষিতা যুৱতীয়ে

DulalBora

ধন দাবী কৰি গ্ৰেপ্তাৰ হ’ল বিতৰ্কিত আৰ টি আই কৰ্মী দুলাল বৰা

পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি পুৰণিগুদামত উত্তপ্ত পৰিস্থিতি; ঘাইপথ অৱৰোধ

পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি পুৰণিগুদামত উত্তপ্ত পৰিস্থিতি; ঘাইপথ অৱৰোধ

CAB-1-750x375

অৱশেষত গভীৰ নিদ্ৰাৰ পৰা সাৰ পালে অসম সাহিত্য সভাই; যোগ দিলে ৰাজপথৰ আন্দোলনত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Available at

Follow Us

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd