• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চৰাইদেউ জিলাৰ সোণাৰীত গ্ৰেপ্তাৰ আলফা(স্বা)ৰ দুজন দুৰ্ধৰ্ষ সদস্য

NE NOW NEWS অক্ষয় প্ৰণব কলিতা
নামৰূপ , May 17, 2018 7:40 pm

1 min read

IMG-20180517-WA0066
70
VIEWS
Share on FacebookShare on Twitter

মাইবেলাস্থিত দাও ডিভিজনৰ সেনা আৰু আৰক্ষীৰ যুটীয়া অভিযানকাৰী এটা দলে আজি আলফা (স্বা)ৰ দুজন উগ্ৰপন্থী সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এটা গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিতে অভিযানকাৰী দলটোৱে চৰাইদেউ জিলাৰ সোণাৰীৰ ডাইমণ্ড হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰে উগ্ৰপন্থী দুজনক।

গ্ৰেপ্তাৰ হোৱা উগ্ৰপন্থী দুজন ক্ৰমে বৰহী গাঁৱৰ নিবাসী নিৰঞ্জন বৰগোহাঁই ওৰফে নিয়ন(২৮) আৰু মহামাৰা নিবাসী দুৰ্লভ কোঁৱৰ ওৰফে মুন(২৩) বুলি চিনাক্ত কৰা হৈছে।

সেনাৰ দলটোৱে ধৃত আলফা (স্বা) সদস্য দুজনৰ পৰা এটা ৯ এমএম পিষ্টল, এটা মেগজিন, ২ জাঁই সক্ৰিয় গুলী আৰু দুটা মোবাইল ফোন উদ্ধাৰ কৰে।

আটকাধীন সদস্য দুগৰাকীয়ে জেৰাৰ সন্মুখীন হোৱাত তেওঁলোকে ধন দাবী, অস্ত্ৰ সৰবৰাহ আৰু নতুন সদস্য ভৰ্তীত নিয়োজিত হৈ আছে বুলি স্বীকাৰোক্তি কৰে। পাছত দুয়োগৰাকী উগ্ৰপন্থী সদস্যকে সোণাৰী আৰক্ষীক গতাই দিয়ে।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি বিদেশৰ মাটিৰ পৰা আলফা(স্বা)ৰ নিৰ্দেশত চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলত এই সদস্য দুগৰাকীয়ে অনৈতিক কাৰ্যকলাপ চলাই আহিছিল। এতিয়া এই সদস্য দুগৰাকীৰ গ্ৰেপ্তাৰে জিলাখনত শান্তি পৰিৱেশ ঘূৰি আহিব বুলি আৰক্ষীৰ লগতে সচেতন ৰাইজে ধাৰণা কৰিছে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd