DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব নাগালেণ্ড

ছাৰভাইভেল নাগালেণ্ডৰ এন এছ চি এন আই এম (NSCN-IM‍)ৰ পৰা স্পষ্টীকৰণ আহ্বান

এন ই নাও নিউজ ব্যৰো: by এন ই নাও নিউজ ব্যৰো:
December 1, 2017 3:57 pm
88
VIEWS
Share on FacebookShare on Twitter

ডিমাপুৰ পুলিচে এন এছ চি এন আই এমৰ দুজন অনা নগা কেদাৰ আটক কৰাৰ এক বাতৰি প্ৰকাশ হোৱাত ছাৰভাইভেল নাগালেণ্ডে এন এছ চি এন আই এমৰ পৰা নাগালেণ্ডৰ জাতীয় আন্দোলনত অনা নগাৰ কি অৱদান আছিল তাৰ এক স্পষ্টীকৰণ বিচাৰে।
বাতৰি সূত্ৰে প্ৰকাশ যে যোৱা ২১ নৱেম্বৰত ডিমাপুৰ পুলিচে কৰ সংগ্ৰহ কৰিবলৈ অহা কবিৰ আহমেদ ওৰফে ৰাজা পেগু আৰু নজমূল ইছলাম নামৰ দুজন অনা নগা এন এছ চি এন আই এমৰ কেদাৰ গ্ৰেপ্তাৰ কৰে, লগতে আটকাধীন কেদাৰ দুজনৰ পৰা এটা .৩২ পিষ্টল, ৫ জাঁই গুলী ২৫৮০ স্পাছম’ প্ৰক্সিভ’ন কেপচুল আৰু জাল বহি জব্দ কৰা হয়।
নাগালেণ্ডত নীৰৱে হৈ থকা অবৈধ অনুপ্ৰৱেশৰ বিষয়টোক উত্থাপন কৰিবলৈ গঠন হোৱা ছাৰভাইভেল নাগালেণ্ডে এক প্ৰেছ বিবৃতি যোগে মন্তব্য কৰে যে যদিহে নাগালেণ্ডৰ জাতীয় প্ৰশ্নত সন্দেহজনক লোকক নিয়োগ কৰিবলৈ লোৱা হয় তেন্তে নগাসকলে সার্বভৌমত্বৰ দাবী বাদ দিয়া উ্চিত । প্ৰেছাৰ গ্ৰুপটোৱে এন এছ চি এন আই এমত অনা নগা লোকক নিয়োগ কৰাত আশ্চর্য প্ৰকাশ কৰাৰ লগতে কিহৰ ভীত্তিত এই বাচনি প্ৰক্ৰিয়া কৰা হ’ল তাক স্পষ্ট কৰিবলৈ এন এছ চি এন আই এমৰ কর্তৃপক্ষক দাবী জনাইছে।

Recent News

নিযুক্তি নাই! কেন্দ্ৰত খালী ১০ লাখ চাকৰি : ২.৯৩ পদ খালী ৰে’ল বিভাগত

নিযুক্তি নাই! কেন্দ্ৰত খালী ১০ লাখ চাকৰি : ২.৯৩ পদ খালী ৰে’ল বিভাগত

আজি বৰপেটা কৃষ্ণ গুৰু সেৱা শ্ৰমৰ কীৰ্ত্তনত অংশ ল’ব নৰেন্দ্ৰ মোডীয়ে

আজি বৰপেটা কৃষ্ণ গুৰু সেৱা শ্ৰমৰ কীৰ্ত্তনত অংশ ল’ব নৰেন্দ্ৰ মোডীয়ে

আজি মুকলি কৰা হ’ব কবি নীলমণি ফুকনৰ বন্ধ খামৰ চিঠি

আজি মুকলি কৰা হ’ব কবি নীলমণি ফুকনৰ বন্ধ খামৰ চিঠি

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd