• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব ছিকিম

ছিকিমত অ-জৈৱিক কৃষি পদ্ধতিৰে উৎপাদিত পাচলি বিক্ৰীৰ ওপৰত থকা নিষেধাজ্ঞা সাময়িকভাৱে প্ৰত্যাহাৰ

NE NOW NEWS সাগৰ চেত্ৰী
গেংটক , April 8, 2018 3:53 pm

1 min read

ছিকিমত অ-জৈৱিক কৃষি পদ্ধতিৰে উৎপাদিত পাচলি বিক্ৰীৰ ওপৰত থকা নিষেধাজ্ঞা সাময়িকভাৱে প্ৰত্যাহাৰ
76
VIEWS
Share on FacebookShare on Twitter

ছিকিমত বাহিৰৰ পৰা অনা বিলাহী, গাজৰ, মটৰ মাহৰ দৰে পাচলি আদিৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা সাময়িকভাৱে উঠাই লোৱা হৈছে।

শনিবাৰে গৃহ বিভাগে পূৰ্বতে অ-জৈৱিক কৃষি পদ্ধতিৰে উৎপাদিত খাদ্য-শস্যৰ ওপৰত থকা নিষেধাজ্ঞাৰ আংশিক সালসলনি কৰি এক জাননী ( No 13/Home/2018 dated 10/03/2018) জাৰি কৰিছে।

এই নিৰ্দেশনা মতে  গাজৰ, বিলাহী, কেঁচা জলকীয়াকে ধৰি বাহিৰৰ পৰা ৰাজ্যখনলৈ অহা শাক-পাচলি বিক্ৰীত ইতিপূৰ্বে আৰোপিত নিষেধাজ্ঞা সাময়িকভাৱে প্ৰত্যাহাৰ কৰা হৈছে। ইয়াৰ ফলত ব্যৱসায়ী সকলে এইবোৰ বিক্ৰী কৰিব পাৰিব। জাননীখনত কোৱা মতে এই নিৰ্দেশনা তৎকালীনভাৱে কাৰ্যকৰী কৰিব পাৰিব।

উল্লেখযোগ্য যে ছিকিমত চৰকাৰে ৩১ মাৰ্চৰ পৰা ২৭ বিধ অ-জৈৱিক কৃষি পদ্ধতিৰে উৎপাদন কৰা খাদ্য-শস্য বিক্ৰীৰ ক্ষেত্ৰত  নিষেধাজ্ঞা জাৰি কৰিছিল। এই কথা মুখ্য মন্ত্ৰী পৱন কুমাৰ সিঙে বিধানসভাত ঘোষণা কৰিছিল।

 

লগতে  গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব এছ চি গুপ্তাই ১০ মাৰ্চত জাৰি কৰা জাননী যোগে কৈছিল যে ‘জাননীখনৰ প্ৰতি যদি কোনো অৱমাননা কৰা দেখা যায় তেতিয়াহ’লে সামগ্ৰীসমূহ (নিষিদ্ধ) জব্দ কৰা হ’ব আৰু সেইবোৰ নিষ্কাষণ কৰি পোলোৱা হ’ব।’

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd