• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

ছিকিমত পেৰাগ্লাইডিং, মাউণ্টেইন বাইকিঙৰ জৰিয়তে পৰ্যটকক আকৰ্ষণৰ চেষ্টা

NE NOW NEWS এন ই নাও নিউজ
গেংটক , April 3, 2018 12:18 pm

2 min read

paragliding.jpg
80
VIEWS
Share on FacebookShare on Twitter

দক্ষিণ ছিকিমে দুঃসাহসিক ক্ৰীড়াৰ প্ৰসাৰেৰে অঞ্চলটোলৈ পৰ্যটকৰ আগমন বৃদ্ধিৰ পৰিকল্পনা গ্ৰহণ কৰিছে।সেই উদ্দেশ্য আগত লৈয়ে মঙলবাৰে দক্ষিণ ছিকিমৰ টেমিত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় পেৰাগ্লাইডিঙৰ।

চাহ বাগিচা আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ টেমিত পেৰাগ্লাইডিঙৰ অভিলাষী প্ৰকল্পটোৰ শুভ উদ্ধোধন কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী জিএম গুৰুঙে।

ভাষণ প্ৰসংগত গুৰুঙে কয়— পেৰাগ্লাইডিঙৰ দৰে দুঃসাহসিক ক্ৰীড়াৰ অন্তৰ্ভুক্তিকৰণে ৰাজ্যখনৰ পৰ্যটন উদ্যোগৰ বিকাশত যথেষ্ট অৰিহণা যোগাব।ইয়াৰ লগতে এই ধৰণৰ নতুন ধাৰণাৰ প্ৰযোগৰ ফলত স্থানীয় নিৱনুৱা সকলে কৰ্মসংস্থাপনৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰে মন্ত্ৰী গৰাকীয়ে।

উল্লেখযোগ্য যে পৰ্যটকসকলে মাত্ৰ ৩০০০ টকা আদায় দি পেৰাগ্লাইডিঙৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব। য’ত গুম্বা দাৰাৰ পৰা উৰণ আৰম্ভ কৰি একোজন পেৰাগ্লাইডাৰে টাৰত অৱতৰণ কৰিব পাৰিব। এই সময়ছোৱাত পৰ্যটকে তিস্তা নদী, টেমি চাহ বাগিচাৰ লগতে বিভিন্ন পাহাৰৰ নৈসৰ্গিক শোভা উপভোগ কৰাৰ সুযোগ লাভ কৰিব পাৰিব।

অৱশ্যে বতৰৰ ওপৰত নিৰ্ভৰ কৰি একোজন পৰ্যটকে ৫ৰ পৰা ১২ মিনিট সময় পেৰাগ্লাইডিং কৰিব পাৰিব বুলি জানিব পৰা গৈছে। ইয়াৰ বাবে ইতিমধ্যে ৭জন স্থানীয় চালকক নিয়োগ কৰিছে চৰকাৰে।

তদুপৰি একেদিনাই মাউণ্টেইন বাইকিঙৰ শুভাৰম্ভ কৰা হয়। জানিব পৰা মতে প্ৰাথমিকভাৱে মাউণ্টেইন বাইকিঙৰ বাবে ৪খন বাইক দিয়া হৈছে। য’ত এঘণ্টাত ২০০ টকা আদায় দিব লাগিব পৰ্যটকে।অৱশ্যে গোটেই দিনটোৰ বাবে ভাৰা হ’ব ৫০০ টকা।

 

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd