• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছিকিমৰ ৰংপোত এছডিএফৰ প্ৰতিষ্ঠা দিৱস পালনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 3, 2018 2:25 pm

2 min read

SDF-570x320
93
VIEWS
Share on FacebookShare on Twitter

ছিকিম ডেম’ক্ৰেটিক ফ্ৰন্ট (এছডিএফ)ৰ প্ৰতিষ্ঠা দিৱস ৪ মাৰ্চত উদযাপন কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে।

শাসকীয় এছডিএফ দলটোৰ জ্যেষ্ঠ নেতাসকলে পূব ছিকিমৰ ৰাংপোৰ ওচৰৰ মাইনিং খেলপথাৰত যোৱা কেইদিন ধৰি বাহৰ পাতি প্ৰস্তুতিৰ কাম চোৱা চিতা কৰি আছে।

ৰাংপোৰ বিশাল খেল পথাৰত দেওবাৰে  প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠান অনুষ্ঠিত হ’ব।

অহা বছৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যখনত এছডিএফৰ প্ৰতিষ্ঠা দিৱসত দলৰ নিৰ্বাচনী কাৰ্যসূচীৰ প্ৰতিফলন ঘটিব বুলি আশা কৰা হৈছে।

ইয়াক ২০১৯ ৰ নিৰ্বাচনী যুদ্ধৰ প্ৰস্তুতি তথা ইয়াৰ ভৱিষ্যৎ পৰিকল্পনাৰ প্ৰকাশ ঘটিব বুলি অনুমান কৰা হৈছে।

এই বিশাল আয়োজনৰ চূড়ান্ত পৰ্যালোচনা বৈঠকত মন্ত্ৰী, বিধায়ক, দলীয় কাৰ্যকৰ্তাকে ধৰি কৰ্মীসকল ৰাংপোত সমবেত হৈছে।

ছিকিমৰ পৰ্যটন মন্ত্ৰী তথা উদযাপন সমিতিৰ সভাপতি ইউগেন টি গ্যাষ্টো ভূটিয়াই ব্যক্ত কৰিছে যে দেওবাৰৰ বিশাল অনুষ্ঠানৰ বাবে আয়োজকসকল সম্পূৰ্ণ সাজু হৈ পৰিছে।

সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি ভূটিয়াই কয় যে প্ৰায় ৮,৪০০খন গাড়ী কাৰ্যসূচীটোৰ বাবে বন্দোৱস্ত কৰা হৈছে। ‘’২,৫০০ তকৈয়ো অধিক ব্যক্তিগত বাহনো অনুষ্ঠানলৈ আহিব,’’-তেওঁ কয়।

সকলো অংশগ্ৰহণকৰীৰ মাজতে উক্ত দিনা স্মাৰক টি-ছাৰ্ট মুঠ  ১০,০০০ টা বিতৰণ কৰা হ’ব।

চাৰিওখন জিলাৰ পৰা অহা যুৱসকলে ৪ মাৰ্চত আঠটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ দাখিল কৰিব।

কালিমপুঙৰ বিখ্যাত নাট্য দল ‘’ভান ৰা পালা’’ই অনুষ্ঠানত মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিঙৰ ভাষণৰ পিছতে প্ৰদৰ্শন আগবঢ়াব।

 

 

Recent News

pashim Guwahati Samasti

কি হ’ব পশ্চিম গুৱাহাটীত? মিত্ৰজোঁটত ফাঁট, বিজেপিৰ দাবী তেওঁলোকৰহে ভেটি শক্তিশালী

a ghana

বিশ্ব স্বাস্থ্য সংস্থাৰ COVAX আঁচনি: ঘানালৈ ভাৰতে প্ৰেৰণ কৰিলে ৬ লাখ কোভিড ভেকচিন

AJP

বিজেপি এতিয়া দুৰ্নীতি আৰু ছিণ্ডিকেটৰ পক্ষত সহনশীল দল: এজেপি

প্ৰধানমন্ত্ৰীক দীঘল দাড়ি কাটিবলৈ আহ্বান কংগ্ৰেছী আৰ. পি.শৰ্মাৰ; তেতিয়াহে হ’ব মূল্যবৃদ্ধি ৰোধ

প্ৰধানমন্ত্ৰীক দীঘল দাড়ি কাটিবলৈ আহ্বান কংগ্ৰেছী আৰ. পি.শৰ্মাৰ; তেতিয়াহে হ’ব মূল্যবৃদ্ধি ৰোধ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd