• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, February 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

ছিকিম প্ৰেছ ক্লাবৰ সদস্যৰ কলকাতা প্ৰেছ ক্লাব ভ্ৰমণ

NE NOW NEWS এন ই নাও নিউজ
গেংটক , February 17, 2018 12:15 pm

1 min read

Sikkim-
71
VIEWS
Share on FacebookShare on Twitter

যোৱা শুকুৰবাৰে কলকাতা প্ৰেছ ক্লাব ভ্ৰমণ কৰে ছিকিম প্ৰেছ ক্লাবৰ কাৰ্যকৰী সমিতিৰ সদস্যসকলে।

এই ভ্ৰমণ কাৰ্যসূচীৰ লগত সংগতি ৰাখি প্ৰেছ ক্লাবৰ সদস্য আৰু সাংবাদিক সকলৰ মাজত এলানি মত বিনিময় কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

উল্লেখ্য যে ভ্ৰমণকাৰী দলটোৱে কলকাতা প্ৰেছ ক্লাবৰ সদস্য সকলৰ সৈতে এখন বৈঠকত মিলিত হোৱাৰ পাছতে ছিকিমত সাংবাদিকতাৰ উন্নয়নৰ বাবে কলকাতা প্ৰেছ ক্লাবে বিভিন্ন ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰতি প্ৰদান কৰে।

উক্ত কাৰ্যসূচীৰ মাজতে কলকাতা প্ৰেছ ক্লাবৰ সভাপতি স্নেহাশিস সুৰ আৰু ছিকিম প্ৰেছ ক্লাবৰ সভাপতি যোছেফ লেপছাই স্মাৰক বিনিময় কৰে। বৈঠকখনত প্ৰদীপ কুমাৰ চৌধুৰী, বুদ্ধদেৱ সেনগুপ্তৰ উপৰি দুয়োটা প্ৰেছ ক্লাবৰ ভালেসংখ্যক সদস্য, সাংবাদিক উপস্থিত আছিল বুলি এক বিবৃতিযোগে প্ৰকাশ কৰিছে ছিকিম প্ৰেছ ক্লাবে।

বৈঠকখনত লগতে জৈৱিক কৃষি, পৰ্যটনৰ সম্ভাৱনীয়তা আদি বিষয়ক সামৰি ছিকিম প্ৰেছ ক্লাবে শীঘ্ৰে এটা মত বিনিময় কাৰ্যসূচী অনুষ্ঠিত কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি সমাগত সময়ত দুয়োটা প্ৰেছ ক্লাবে সাংবাদিকতা বিষয়ক কৰ্মশালা আদি অনুষ্ঠিত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে।

স্মৰ্তব্য যে কলকাতা প্ৰেছ ক্লাবটো হৈছে ভাৰতত স্থাপন কৰা প্ৰথমটো প্ৰেছ ক্লাব।

 

 

Recent News

index

কংগ্ৰেছ-এআইয়ুডিএফৰ মিত্ৰজোঁটৰ হৈ অসমত নিৰ্বাচন খেলিব আৰজেডি-এ : চাহ-বাগিচা, হিন্দীভাষী ভোটাৰক লক্ষ্য

চিনেমা নহয়, এইবাৰ প্ৰদৰ্শিত হ’ব চলমান খানে অঁকা পেইণ্টিংছ!

চিনেমা নহয়, এইবাৰ প্ৰদৰ্শিত হ’ব চলমান খানে অঁকা পেইণ্টিংছ!

মোদী-শ্বাহৰ পৰামৰ্শমতে নিৰ্বাচনৰ তাৰিখসমূহ ঘোষণা কৰা হৈছে! পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিস্ফোৰণ

মোদী-শ্বাহৰ পৰামৰ্শমতে নিৰ্বাচনৰ তাৰিখসমূহ ঘোষণা কৰা হৈছে! পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিস্ফোৰণ

images.jpeg-6

শিৱসাগৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লিখিত পৰীক্ষা স্থগিত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd