• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জিৰণি গৃহ পুনৰ্নিমাণৰ পৰা বিৰত থাকিব মিজো ছাত্ৰ সংগঠন মিজো জিৰলাই পউলে

ছাংজুৱালা মাৰ by ছাংজুৱালা মাৰ
March 14, 2018 3:53 pm
MZP-570x320

১৪ মাৰ্চত সংবাদ মাধ্যমৰ আগত নিজৰ স্থিতি স্পষ্ট কৰিছে এম জে পিৰ সদস্যসকলে। ফটো : ছাংজুৱালা মাৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে মিজোৰামৰ অগ্ৰণী ছাত্ৰ সংগঠন মিজো জিৰলাই পউলে সীমান্ত চহৰ বৈৰাবীৰ ওচৰৰ জফাইত জিৰণি গৃহ নিৰ্মাণ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মঙলবাৰে শেহ নিশা আইজলত অনুষ্ঠিত এখন জৰুৰী বৈঠকত সংগঠনটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰে।

‘’গীৰ্জাৰ নেতাসকলৰ সংস্থা আৰু ওৱাই এম এৰ বাৰম্বাৰ অনুৰোধৰ পিছত আমি জিৰণি গৃহ নিৰ্মাণৰ কাম সাময়িকভাৱে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো,’’-ছাত্ৰ সংগঠনটোৰ সাধাৰণ সম্পাদক লালনুনমাৱাইয়া পাওটুৱে জানিবলৈ দিয়ে।

Apply Now

কেন্দ্ৰীয় ওৱাই এম এ, মিজোৰাম এল্ডাৰছ’ ইউনিয়ন, ৰাজ্যখনৰ অগ্ৰণী মহিলা সংস্থা এমএইচআইপি আৰু মিজো ছাত্ৰ সন্থাকে ধৰি মিজোৰামৰ কেইবাটাও সংগঠনে জফাইত জিৰণি গৃহ নিৰ্মাণ বন্ধ ৰাখিবলৈ আহ্বান জনাইছিল।

‘’মিজো জিৰলাই পউলে মিজোৰামৰ সীমান্ত সুৰক্ষিত কৰাৰ ইয়াৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰা নাই আৰু জফাইত জিৰণি গৃহ নিৰ্মাণ কৰাৰ লক্ষ্যৰ পৰাও আঁতৰি অহা নাই, কিন্তু সীমান্তত দুয়োখন ৰাজ্যৰ আৰক্ষী বাহিনীৰ গতি বিধি লক্ষ্য কৰি আমি আমাৰ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখিছো,’’- ছাত্ৰ সংগঠনটোৰ আনুষ্ঠানিক বিবৃতিত এইদৰে কোৱা হৈছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অসম আৰু মিজোৰাম দুয়োখন ৰাজ্যৰে মুখ্য সচিবক আলোচনাৰ জৰিয়তে অহা ২০ মাৰ্চৰ ভিতৰত সীমান্তৰ সমস্যাটোৰ এটা সন্তোষজনক সমাধান উলিয়াবলৈ নিৰ্দেশ দিছে।

মিজোৰাম চৰকাৰে আইজল আৰু কলাশিব জিলাত যোৱা নিশাৰে পৰা ১৪৪ ধাৰা জাৰি কৰিছে। মিজো জিৰলাই পউলে অভিযোগ কৰে যে মিজোৰাম চৰকাৰৰ সীমান্ত সমস্যাৰ ক্ষেত্ৰত এতিয়াও নিদ্ৰা ভংগ হোৱা নাই।

‘’ আইজল আৰু কলাশিব জিলাৰ দুখন চহৰত ১৪৪ ধাৰা জাৰি কৰাটোৱে স্পষ্ট কৰি তুলিছে  যে ইয়াৰ সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত লাল থানহাওলা চৰকাৰে মূৰ পোলকা মাৰিছে,’’-ছাত্ৰ সংগঠনটোৱে এইদৰে মন্তৱ্য কৰে।

ছাংজুৱালা মাৰ

ছাংজুৱালা মাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd