• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জি এন এল এ’ৰ অধ্যক্ষক মুকলি কৰি দিয়াৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ; গ্ৰেপ্তাৰ নকৰাকৈ আটক কৰি ৰখা বাবে ভৰ্ৎসনা মেঘালয় চৰকাৰক

এন ই নাও নিউজ by এন ই নাও নিউজ
March 21, 2018 11:48 pm
GNLA chairman champion sangma
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয় আৰক্ষী সেৱাৰ প্ৰাক্তন বিষয়া, গাৰো বিদ্ৰোহী সংগঠন জি এন এল এ’ৰ অধ্যক্ষ চেম্পিয়ন আৰ চাংমাক অবৈধভাৱে আটক কৰি ৰখা বাবে উচ্চতম ন্যায়ালয়ে মেঘালয় চৰকাৰক তীব্ৰভাৱে ভৰ্ৎসনা কৰিছে আৰু চাংমাক তৎকালে মুকলি কৰি দিবলৈ চৰকাৰক নিৰ্দেশ দিছে।

সকলো গোচৰত জামিন পোৱাৰ পিছতো চাংমাক আটক কৰি ৰখা হৈছিল।

চাংমাৰ মুক্তিৰ বিৰুদ্ধে অতিৰিক্ত জিলা দণ্ডাধীশে (ন্যায়িক) দিয়া পূৰ্বৰ ৰায় খাৰিজ কৰি মঙলবাৰে এ’ কে’ চিক্ৰি আৰু অশোক ভূষনৰ বিচাৰপীঠে এই নিৰ্দেশ দিয়ে।

ন্যায়ালয়ৰ নিৰ্দেশটোত উল্লেখ কৰা হৈছে যে চাংমাই যিহেতু কোনো জামিন আবেদন কৰাই নাছিল, গতিকে তেওঁৰ জামিনৰ বিৰোধিতা কৰি দাখিল কৰা আবেদনখনেই ত্ৰুটিপূৰ্ণ।

চাংমাৰ বিৰুদ্ধে থকা বহুবিলাক অপৰাধমূলক গোচৰতে তেওঁ খালাচ পাইছিল বা চলি থকা Case GR No. 72/2011ৰ বাহিৰে বাকী গোচৰবোৰটো তেওঁ জামিন পাইছিল। উক্ত গোচৰটোৰ বাবে ২০১২ চনৰ ২৯ ফেব্ৰুৱাৰিত তেওঁৰ বিৰুদ্ধে ১১/২০১২ অভিযোগনামা দাখিল কৰা হৈছিল।

উক্ত গোচৰটোৰ এজাহাৰ দাখিল হৈছিল ২০১১ চনত। কিন্তু গুচৰীয়াৰ মতে তেওঁ পলাতক থকা বাবে গ্ৰেপ্তাৰ কৰিব পৰা হোৱা নাছিল।

উচ্চতম ন্যায়ালয়ে উক্ত গোচৰটোৰ ৰেকৰ্ড চাব খোজাত দেখা গ’ল যে ২০১২ চনৰ ১ অক্টোবৰত উক্ত গোচৰটো সেই চনৰ ১৩ ডিচেম্বৰলৈ স্থগিত ৰখাৰ পিছত গোচৰটো আৰু আগবঢ়া নাই। গোচৰটো এনে অৱস্থাত থকাৰ সময়তে চাংমাক আন গোচৰবোৰত তেওঁ জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়।

এই বছৰ জানুৱাৰিত তেওঁ বাকী থকা গোচৰসমূহতো জামিন লাভ কৰিলে। কিন্তু তেওঁৰ মুক্তিৰ বিৰুদ্ধে মেঘালয়ৰ উত্তৰ গাৰো পাহাৰ জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশে (ন্যায়িক)ৰ ওচৰত এখন আবেদন কৰা হ’ল। আবেদনটোত কোৱা হ’ল যে আবেদনকাৰীয়ে (চাংমা) জামিন আবেদন এখন কৰিছে আৰু সেইখন নাকচ কৰিব লাগে।

জিলা ন্যায়ালয়ে এই বছৰৰ ২৪ জানুৱাৰিত সেই আবেদন মঞ্জুৰ কৰে। অৰ্থাৎ সকলো গোচৰত জামিন পোৱাৰ পিছতো চাংমাক জিম্মাত ৰাখিবলৈ অনুমতি দিয়া হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

September 16, 2025 1:34 pm
সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

September 16, 2025 1:19 pm
কুনো ৰাষ্ট্ৰীয় উদ্যানত নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু চিতাৰ; তিনি বছৰৰ ভিতৰত প্ৰথম এনে ঘটনা

কুনো ৰাষ্ট্ৰীয় উদ্যানত নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু চিতাৰ; তিনি বছৰৰ ভিতৰত প্ৰথম এনে ঘটনা

September 16, 2025 12:48 pm
ৰোহিত ভেমুলা আৰু পায়াল তাদৱী গোচৰত গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ! শিক্ষা প্ৰতিষ্ঠানত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ইউজিচিক শক্তিশালী নিয়ম প্ৰৱৰ্তনৰ নিৰ্দেশ

ৰোহিত ভেমুলা আৰু পায়াল তাদৱী গোচৰত গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ! শিক্ষা প্ৰতিষ্ঠানত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ইউজিচিক শক্তিশালী নিয়ম প্ৰৱৰ্তনৰ নিৰ্দেশ

September 16, 2025 12:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

September 16, 2025 1:34 pm
সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

September 16, 2025 1:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd