DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

জীবন সংগ্রামৰ নিদাৰুণ ছবি : কাম কৰিবলৈ গৈ ইটানগৰত প্ৰাণ হেৰুৱালে অসমৰ ৫জন শ্ৰমিকে

ডেমিয়েন লেপছা by ডেমিয়েন লেপছা
June 24, 2018 9:54 pm
wall-collapse-570x320
138
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ ইটানগৰত আজি সংঘটিত এক কৰুণ দুর্ঘটনাত এটা নিৰ্মীয়মাণ বিল্ডিঙৰ দেৱাল খহি ৫ গৰাকী নিৰ্মাণ কৰ্মীৰ মৃত্যু হয়। উল্লেখযোগ্য যে আটাইকেইগৰাকী নিহতই হৈছে বিশ্বনাথ চাৰিআলিৰ বাসিন্দা।

নিহত শ্ৰমিক কেইগৰাকীক পাপু কাটিয়া (২০), পাপু গেৰেল (২১), কানহা কেঁৱাৰ (৪০), বাব্লু তেলেংগা (১৯) আৰু জিতেন তেলেংগা (১৯) বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে আজি পুৱা প্ৰায় ৬:৩০ বজাত ইটানগৰৰ সমীপৰ ডনি কলনীত শ্ৰমিক কেইগৰাকীয়ে অস্থায়ীভাৱে বাস কৰি অহা নিৰ্মীয়মাণ গৃহটোৰ পকী দেৱাল খহি পৰি তেওঁলোকক পুতি পেলায়।

দুৰ্ভাগ্যজনক ঘটনাটোৰ পিছতে এন ডি আৰ এফ আৰু অগ্নি আৰু জৰুৰীকালিন সেৱা বিভাগৰ কৰ্মী ঘটনাস্থলীত উপস্থিত হৈ বহু সময় যুঁজি মৃতদেহ কেইটাক উদ্ধাৰ কৰে।

ইটানগৰ কেপিটেল কমপ্লেক্সৰ উপায়ুক্ত প্ৰিন্স ধাৱানে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে নিহতৰ ব্যক্তিসকলৰ পৰিয়াললৈ সাম্ভাব্য সকলো সাহায্য আগবঢ়োৱা হ’ব বুলি সদৰী কৰে।

তদুপৰি তেওঁ এন ডি আৰ এফে দিয়া সাৱধানবাণীৰ ভিত্তিত জনসাধাৰণক বাৰিষাৰ সময়চোৱাত অত্যন্ত সাৱধানতা অৱলম্বন কৰি প্ৰয়োজন সাপেক্ষে অন্য নিৰাপদ স্থানলৈ আঁতৰি যাবলৈ আহ্বান জনায়।

ইয়াৰ উপৰি স্থানীয় বিধায়ক টেচি কাছয়ো ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে আৰ কে মিছন চিকিৎসালয়লৈ গৈ নিহতসকলৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰে। ঘটনাটোত দুখ প্ৰকাশ কৰি তেওঁ নিহত লোককেইজনৰ মৃতদেহ নিজ বাসস্থানলৈ লৈ যোৱাৰ বাবে বাহনৰ ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দিয়ে।

Recent News

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

দাম কমিব বিস্কুট, ঘি আৰু চুলিত ঘঁহা তেলৰ, কিন্তু এতিয়া নহয়,কেতিয়া?

দাম কমিব বিস্কুট, ঘি আৰু চুলিত ঘঁহা তেলৰ, কিন্তু এতিয়া নহয়,কেতিয়া?

মূল্যবৃদ্ধি আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত হোৱা দুৰ্নীতিৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ

মূল্যবৃদ্ধি আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত হোৱা দুৰ্নীতিৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd