• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মণিপুৰ

জৈৱিক কৃষিক উদগনি দিয়াৰ লক্ষ্য : চৰকাৰীভাৱে অৰ্গেনিক মণিপুৰ ব্ৰেণ্ড মুকলি

সভাপতি ছামম by সভাপতি ছামম
January 10, 2018 3:18 pm
অৰ্গেনিক মণিপুৰ ব্ৰেণ্ড মুকলি
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰ চৰকাৰে ৰাজ্যখনৰ কৃষকসকলক জৈৱিক পদ্ধতিৰে খেতি কৰাৰ বাবে উদগনি দিয়াৰ উদ্দেশ্যে আৰু এই পদ্ধতিৰে উৎপাদিত কৃষি সামগ্ৰীবোৰৰ বহুল প্ৰচাৰ তথা বিপণনত সহায় হোৱাকৈ কালি অৰ্গেনিক মণিপুৰ নামৰ এটা ব্ৰেণ্ড মুকলি কৰে।

ৰাজ্যখনৰ বন আৰু উদ্যান-শস্য মন্ত্ৰী থৌনাওজান শ্যামকুমাৰে মঙলবাৰে এটা কাৰ্য্যসূচীৰ জৰিয়তে এই ব্ৰেণ্ড নেইমটো মুকলি কৰে।

Apply Now

কাৰ্য্যসূচীৰ মাজতে সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি মন্ত্ৰীজনে কয় যে কেন্দ্ৰীয় চৰকাৰে জৈৱিক পদ্ধতিৰ কৃষকসকলৰ বাবে ভালেমান লাভজনক আঁচনি লৈছে।

তেওঁ ৰাসায়নিক সাৰ প্ৰয়োগৰ দ্বাৰা খেতিয়ে সৃষ্টি কৰা স্বাস্থ্যজনিত সমস্যা আৰু ৰোগ আদিৰ বিষয়েও নিজৰ উদ্বিগ্নতা প্ৰকাশ কৰে।

ৰাজ্য চৰকাৰখনে জৈৱিক পদ্ধতিৰ কৃষকসকলক সহায় কৰিব পৰাকৈ কেঁচুসাৰ উৎপাদনৰ বাবে বেংক বিলাকৰ সহযোগত কৃষকসকললৈ ঋণ দিবলৈ চেষ্টা কৰি থকা বুলিও জনায়।

আনহাতে মণিপুৰ অৰ্গেনিক মিশ্যন এজেন্সিৰ প্ৰকল্প বিষয়া দেবদত্ত শৰ্মাই কয় যে জৈৱিক খেতিৰ প্ৰথম বছৰটোতে ৫ হাজাৰ হেক্টৰ ভূমিত খেতি কৰা হৈছে। ইয়াৰে ২০০০ হেক্টৰত ক’লা চাউল বা সুগন্ধী চাউল (চাক হাও)ৰ খেতি কৰা হৈছে।

আনহাতে ইতিপূৰ্বে ৩ হাজাৰ হেক্টৰ ভূমি আদা, হালধি, কমলা, নেমু, মাটিকঁঠালৰ খেতি কৰা হৈছে আৰু ছখন পাহাৰীয়া জিলাত ৫০০ হেক্টৰ মাটিত ভোটজলকীয়াৰ খেতি কৰা হৈছে।

বিষয়াজনে কয় যে ৰাজ্যখনে অচিৰেই চি-২ চাৰ্টিফিকেইট পাব (অৰ্গেনিক চাৰ্টিফিকেইট) আৰু তেতিয়া এই ব্ৰেণ্ডটোৰ অধীনত জৈৱিক কৃষিজাত সামগ্ৰীবোৰ গোটেই বিশ্বতে ৰাজ্যখনে বিক্ৰী কৰিব পাৰিব।

কাৰ্য্যসূচীটোত কেন্দ্ৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ৰ কনিষ্ঠ বিপণন বিষয়াৰ লগতে মণিপুৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড আৰু খাদী আৰু গ্ৰাম্য উদ্যোগ ব’ৰ্ডৰ অধ্যক্ষও উপস্থিত আছিল।

সভাপতি ছামম

সভাপতি ছামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd