• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জোনাই নিৰ্বাচনী বিষয়াৰ কাণ্ড : বিজেপিৰ টিকটৰ সকলো প্ৰাৰ্থীক ‘নিৰ্দলীয়’ ঘোষণা

জোনাইত বিজেপিৰ সকলো প্ৰাৰ্থীৰ টিকট বাতিল; নিৰ্বাচন বিষয়াৰ কাৰ্য্যালয় ঘেৰাও; বিজেপিৰ পৰা টিকট পোৱা প্ৰাৰ্থীৰ মাজত মনোনয়ন প্ৰত্যাহাৰৰ ধুম

প্ৰফুল্ল কামান by প্ৰফুল্ল কামান
November 19, 2018 6:48 pm
Jonai BJP dharna

জোনাই নিৰ্বাচন বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ বিজেপি কৰ্মী-সমৰ্থকৰ। ফটো : প্ৰফুল্ল কামান।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে বিজেপি দলৰ টিকটত মনোনয়ন দাখিল কৰা প্ৰাৰ্থীক ‘নিৰ্দলীয় প্ৰাৰ্থী’ বুলি ঘোষণা কৰি এক অদ্ভুত দৃষ্টান্ত স্থাপন কৰাৰ লগতে প্ৰাৰ্থী আৰু সমৰ্থকৰ ৰোষৰ সন্মুখীন হৈছে জোনাই নিৰ্বাচনী বিষয়া। আজি ‘নিৰ্দলীয় ঘোষিত’ প্ৰাৰ্থী আৰু তেওঁলোকৰ সমৰ্থকে জোনাই মহকুমা বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।

জোনাইৰ নিৰ্বাচনী বিষয়াগৰাকীয়ে বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ঘোষণা কৰিবলৈ ক’ত অধিকাৰ পালে বুলি প্ৰশ্ন তোলে প্ৰতিবাদকাৰী বিজেপিৰ কৰ্মী-সমৰ্থকে। তেওঁলোকে অভিযোগ কৰে যে জোনাই নিৰ্বাচনী বিষয়াগৰাকীয়ে নিৰ্বাচন আয়োগৰ নীতি-নিয়মৰ পৰিৱৰ্তে ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ নিৰ্দেশ মানিহে কাম কৰিছে।

আনহাতে জোনাই নিৰ্বাচনী বিষয়াৰ সূত্ৰই কয় যে তেওঁলোকে ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ পৰা দলটোৰ প্ৰাৰ্থীসকলৰ মনোনয়ন বাতিল কৰিবলৈ পত্ৰ পাইছে। এই পত্ৰই তেওঁলোকক বিজেপিৰ টিকটত  প্ৰাৰ্থিত্ব দিয়া প্ৰাৰ্থীকেইজনক নিৰ্দলীয় হিচাপে ঘোষণা কৰিবলৈ বাধ্য কৰিলে।

উল্লেখযোগ্য যে মিচিং সমাজৰ মাজত পোতন থকা সন্মিলিত গণশক্তি নামৰ ক্ষুদ্ৰ আঞ্চলিক দলটোৰ সৈতে মিত্ৰতা কৰি বিজেপিয়ে মিচিং অধ্যুষিত অঞ্চলত, বিশেষকৈ জোনাইত সকলো পদ দলটোক এৰি দিছে। ইয়াকে লৈ ১৮ নৱেম্বৰত ৰাজ্যিক নেতৃত্বৰ বিৰুদ্ধে দলৰ ক্ষুব্ধ কৰ্মী-সমৰ্থকে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিজেপিৰ জোনাইৰ কাৰ্য্যালয় লণ্ডভণ্ড কৰিছিল। লগতে বয়বস্তুও জ্বলাই দিছিল। দলটোৰ জিলা সভানেত্ৰী ৰূপা কামানৰ ঘৰতো বিজেপি কৰ্মী-সমৰ্থকসকলে শিল দলিয়াই আক্ৰমণ কৰিছিল।

এই সন্দৰ্ভত জিলা সভানেত্ৰী ৰূপা কামানে স্পষ্ট কৰিছে যে বিষয়টোত তেওঁৰ কৰিব লগীয়া একো নাই। এয়া ৰাজ্যিক নেতৃত্বৰ সিদ্ধান্ত। “কেইজনমানক টিকট জিলা কমিটীৰ পৰা দিয়া হৈছিল। কিন্তু সন্মিলিত গণশক্তিৰ সৈতে হোৱা মিত্ৰতাৰ খাতিৰত ৰাজ্যিক নেতৃত্বই সেইকেইজনৰো প্ৰাৰ্থিত্ব বাতিল কৰিছে।” ৰূপা কামানে কয়।

প্ৰফুল্ল কামান

প্ৰফুল্ল কামান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

September 18, 2025 2:18 pm
তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm
নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

September 18, 2025 1:47 pm
জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

September 18, 2025 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

September 18, 2025 2:18 pm
তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd