• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব নাগালেণ্ড

ঝালেও ৰিঅ’ বিনা প্ৰতিদ্বন্দ্বিতাৰে নাগালেণ্ড বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচিত

NE NOW NEWS এন ই নাও নিউজ
ডিমাপুৰ , March 25, 2018 8:29 pm

1 min read

z-1-570x320
72
VIEWS
Share on FacebookShare on Twitter

মনোনয়নপত্ৰ দাখিলৰ বাবে ২৪ মাৰ্চ অন্তিম দিন আছিল যদিও দিনটোৰ শেষ পৰ্য্যন্ত আন কোনো দলেই প্ৰাৰ্থী নিদিয়াত এন ডি পি পিৰ বিধায়ক ঝালেও ৰিঅ’ নাগালেণ্ড বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচিত হোৱাটো এক প্ৰকাৰৰ নিশ্চিত হৈছে।

নাগালেণ্ড বিধানসভা সচিবালয়ৰ সূত্ৰই কয় যে মনোনয়নপত্ৰ দাখিলৰ বাবে ২৪ মাৰ্চৰ দুপৰীয়া ১২ বজা অন্তিম সময় আছিল। আৰু মনোনয়নপত্ৰ প্ৰত্যাহাৰৰ সময়সীমা আছিল উক্ত দিনৰে ১ বজাৰ পৰা ৪ বজালৈ।

সূত্ৰটোৱে জনোৱামতে উপাধ্যক্ষ পদটোৰ বাবে নিৰ্বাচন অহা ২৬ মাৰ্চত অনুষ্ঠিত হ’ব।

অৱশ্যে একমাত্ৰ প্ৰাৰ্থী হোৱা বাবে এই সন্দৰ্ভত কেৱল আনুষ্ঠানিক ঘোষণাহে বাকী আছেগৈ।

মন কৰিব লগীয়া যে ঝালেও হ’ল মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’ৰ ভায়েক। প্ৰাক্তন আই এ এছ বিষয়া ঝালেও ঘাচপানী-২ সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈছে। তেওঁ ২০১৩ চনতো উক্ত সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল।

উল্লেখযোগ্য যে ইতিপূৰ্বে এন ডি পি পিৰ ভিখৌ য়োছু নাগালেণ্ডৰ ত্ৰয়োদশ বিধানসভাৰ অধ্যক্ষ নিৰ্বাচিত হৈছিল। তেওঁ এন পি এফ দলৰ বিধায়ক ড০ ইমতিয়াপাং আয়েৰক ৬টা ভোটৰ ব্যৱধানত হৰুৱাই অধ্যক্ষ নিৰ্বাচিত হৈছিল।

Recent News

India Republic Day

কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ হিংসা : ‘ভাৰতে লাল কিল্লাত ৰাষ্ট্রীয় পতাকাক কৰা অপমান সহ্য নকৰে’; কঠোৰ হ’ব কেন্দ্ৰ

IMG-20210127-WA0006

নগাঁৱত ছাউণ্ড ছিষ্টেম প্ৰভাইডাৰ্ছ এছোচিয়েচন অৱ আছামৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা সম্পন্ন

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd