DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

টেঙাখাট নেটৱৰ্ক কম্পিউটাৰ ইনষ্টিটিউটত এমহীয়া সাংবাদিকতা প্ৰশিক্ষণ পাঠ্যক্ৰম

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
June 20, 2018 7:44 pm
196-0

প্ৰতিনিধিত্বমূলক ফটো : উৎস ইণ্টাৰনেট

152
VIEWS
Share on FacebookShare on Twitter

টেঙাখাটৰ নেটৱৰ্ক কম্পিউটাৰ ইনষ্টিটিউটে গান্ধী ভৱন চৌহদত এমহীয়া সাংবাদিকতা প্ৰশিক্ষণ পাঠ্যক্ৰম এটা আৰম্ভ কৰিছে। এই পাঠক্ৰমটো  ১ ৰ পৰা ৩১ জুলাইলৈকে তাৰিখলৈ চলিব।

এটা সাধাৰণ সাংবাদিকতা যোগ্যতা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত ৩০ গৰাকী প্ৰাৰ্থীক এই পাঠ্যক্ৰমৰ বাবে বাচনি কৰা হ’ব। প্ৰশিক্ষণ সমাপ্ত হোৱাৰ পাছত শিক্ষাৰ্থীসকলক যোগদানৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব।

এই এমহীয়া প্ৰশিক্ষণ পাঠ্যক্ৰমটো অনুষ্ঠিত কৰাৰ বাবে কেৰেলাৰ এটা আগশাৰীৰ জন সম্পৰ্কৰক্ষী ব্ৰেণ্ডিং কোম্পানী ‘পাৰ্গো পি আৰ এণ্ড আই টি মেডিয়া ছল্যুশ্যনছ,পালাক্কাড়’ৰ বৃত্তিগত আৰু বিদ্যায়তনিক দুয়োটা খণ্ডৰে এটা অভিজ্ঞ  ফেকাল্টীৰ দল নেটৱৰ্ক কম্পিউটাৰ ইনষ্টিটিউটলৈ আহিব।

১৮ৰ পৰা ৩০ বছৰ বয়সৰ অন্তৰ্গত নিম্নতম স্নাতক ডিগ্ৰীধাৰী অথবা স্নাতকৰ অন্তিম পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থীসকলে এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব।

পঞ্জীয়ণ আৰু বিতং তথ্যৰ বাবে আগ্ৰহী প্ৰাৰ্থীসকলে নেটৱৰ্ক কম্পিউটাৰ ইনষ্টিটিউট, গান্ধী ভৱন টেঙাখাট অথবা www.pargo.in অথবা  910164698 হেল্পলাইন নম্বৰত ফোন কৰিব পাৰে।

Recent News

ৰাজগড়ত মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ শ্বহীদ দিৱস আৰু পৰাগ স্মৰণ সভা

ৰাজগড়ত মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ শ্বহীদ দিৱস আৰু পৰাগ স্মৰণ সভা

প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ’ল ভাৰতীয় অভিনেত্ৰীৰ, মাত্ৰ ২১ বছৰ বয়সতে মৃত্যু

প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ’ল ভাৰতীয় অভিনেত্ৰীৰ, মাত্ৰ ২১ বছৰ বয়সতে মৃত্যু

Putin very ill with blood cancer

ব্লাড কেঞ্চাৰত আক্ৰান্ত পুটিন! ৰুছ ধনকুবেৰৰ ভাইৰেল অডিঅ’ ৰেকৰ্ডিঙে সৃষ্টি কৰিছে চাঞ্চল্য

Road accident

বৰপেটাত ভয়াৱহ পথ দুৰ্ঘটনা: দ্ৰুতবেগী বাহনে প্ৰাণ ল’লে তিনিজনৰ, পাঁচজন আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd