• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিফেণ্ডিং চেম্পিয়ন আইজল এফ চিয়ে হৰুৱালে শক্তিশালী প্ৰতিদ্বন্দ্বী চেন্নাই চিটি এফ চিক

এন ই নাও নিউজ by এন ই নাও নিউজ
January 13, 2018 9:32 pm
91
VIEWS
Share on FacebookShare on Twitter

ডিফেণ্ডিং চেম্পিয়ন আইজল এফ চিয়ে আজিৰ আই লীগৰ এখন খেলত শক্তিশালী প্ৰতিদ্বন্দ্বী চেন্নাই চিটি এফ চিক ২-০ স্পষ্ট ব্যৱধানত পৰাভূত কৰে।

আইজলৰ ৰাজীৱ গান্ধী ষ্টেজিয়ামত ঘৰুৱা দৰ্শকৰ সন্মুখত দলটোৱে সকলো সময়তে উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰিছিল।

আইজলৰ এই জয়ৰ মূলতে আছিল দলটোৰ জাপানী ষ্ট্ৰাইকাৰ য়ুগো কোবায়াছি আৰু মিডফিল্ডাৰ ডেভিড লালৰিনমুৱানা। য়ুগোৱে ২৬ মিনিটতে এটা পেনাল্টি কিকৰ জৰিয়তে প্ৰথমটো গ’ল দিয়ে। তাৰ ঠিক ছয় মিনিট পিছতেই ডেভিড লালৰিনমুৱানাই বিপক্ষৰ দুৰ্গভেদ কৰি দ্বিতীয়টো গ’ল দিয়ে।

মিডফিল্ডাৰ ডেভিড লালৰিনমুৱানাক আজি বেচ আক্ৰমণাত্মক দেখা গৈছিল। ঘৰুৱা দৰ্শকে দলটোক অহৰহ উৎসাহ যোগাই আছিল আৰু দলটোৱে উজ্জীৱিত প্ৰদৰ্শনেৰে বিপক্ষক গ’ল পৰিশোধ কৰাৰ কোনো সুযোগ নিদিলে।

আজি আইজলৰ প্ৰশিক্ষক পাওলো মেনেজেছে দলত চাৰিটা গুৰুত্বপূৰ্ণ সালসলনি ঘটাইছিল।

আনহাতে ইয়াৰ পূৰ্বৰ ক্ৰমাগত তিনিখনকৈ খেলত চেন্নাই দলটো অপৰাজিত হৈ আছিল। ফলত তেওঁলোক বেচ আত্মবিশ্বাসেৰেই খেলপথাৰত নামিছিল। তাৰ পৰিৱৰ্তে ইয়াৰ পূৰ্বৰ খেলখনত আইজল হাৰিছিল মোহন বাগানৰ হাতত। কিন্তু শেষ মুহূৰ্তত চেন্নাইৰ আত্মবিশ্বাসৰ পৰিৱৰ্তে আইজলৰ দৃঢ়তা আৰু আক্ৰমণাত্মক খেল অধিক ফলপ্ৰসূ প্ৰমাণিত হয়।

আইজলৰ আনড্ৰেই আয়নেছ, ডেভিড লালৰিনমুৱানা আৰু এলবাৰ্ট জহমিংমাৱিয়াই অবিৰতভাৱে চেন্নাইৰ ডিফেন্সক ব্যস্ত ৰখা দেখা গৈছিল।

 

Recent News

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

২০ বছৰীয়া সমস্যা সমাধানৰ বাবে নতুন পদক্ষেপ গ্ৰহণ নিৰ্বাচন আয়োগৰ

২০ বছৰীয়া সমস্যা সমাধানৰ বাবে নতুন পদক্ষেপ গ্ৰহণ নিৰ্বাচন আয়োগৰ

বিতৰ্কৰ মাজতেই চাকৰিৰ পৰা অপসাৰণ কৰা হ’ল সৌৰ শক্তি নিগমৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰামেশ্বৰ প্ৰসাদ গুপ্তাক

বিতৰ্কৰ মাজতেই চাকৰিৰ পৰা অপসাৰণ কৰা হ’ল সৌৰ শক্তি নিগমৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰামেশ্বৰ প্ৰসাদ গুপ্তাক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd