DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব নাগালেণ্ড

ডিমাপুৰৰ পৰা ব্যৱসায়ীক অপহৰণ কৰা দুজন এন এছ চি এন (আই এম)ৰ কেদাৰ আটক

এন ই নাও নিউজ by এন ই নাও নিউজ
January 21, 2018 6:18 pm
প্ৰতিনিধিত্বমূলক ছবি
90
VIEWS
Share on FacebookShare on Twitter

ডিমাপুৰৰ পৰা এজন ব্যৱসায়ীক অপহৰণ কৰাৰ অপৰাধত ডিমাপুৰ আৰক্ষীয়ে দুজন লোকক আটক কৰিছে।

টোকি আচুমি(২৩) আৰু খেটোহো জাখালু(২৩) নামৰ আটকাধীন লোকদুজন এন এছ চি এন (আই এম)ৰ সদস্য বুলি ডিমাপুৰ আৰক্ষীৰ জন সম্পৰ্কৰক্ষী বিষয়াৰ দ্বাৰা জাৰি কৰা এক প্ৰেছ বিবৃতিত জনোৱা হৈছে। দুয়োজনে বৰ্তমান এন এছ চি এন (আই এম)ৰ অপৰাধ কোষৰ সচিব খেকুটো জাখালুৰ সৈতে ঘনিষ্ঠ বুলি জানিব পৰা গৈছে।

প্ৰেছ বিবৃতিত জনোৱা মতে, অমৰ এজেন্সী(পোছাকৰ দোকান)ৰ স্বত্তাধিকাৰী সুভাষ কুমাৰ জৈন(৪৫) নামৰ ব্যৱসায়ীজনক  ডিমাপুৰৰ এম পি ৰ’ডত থকা নিজ দোকানৰ পৰা কোনো অজ্ঞাত দুৰ্বৃত্তই ১৯ জানুৱাৰিৰ আবেলি ২ বজাত অপহৰণ কৰি নিছিল।

পিছত  আৰক্ষীয়ে অনুসন্ধান কৰি শনিবাৰে আবেলি ৫ বজাত আউমিটি গাৱঁৰ পৰা অপহৰণ কাণ্ডত ব্যৱহৃত এ এছ ০১-৯৩৫৩ নম্বৰৰ মাৰুটি চুইফট গাড়ীখনৰ সৈতে এন এছ চি এন (আই এম)ৰ কেদাৰ দুজনক আটক কৰে।

দুয়োজন অভিযুক্তক জব্দ কৰা গাড়ীখনৰ সৈতে পূব আৰক্ষী চকীত হাজিৰ কৰোৱা হয়।

বিবৃতিটোত লগতে কোৱা হৈছে যে, অপহৰণকাৰী দুজনে অপহৃত সুভাষ কুমাৰ জৈনক পুৰণা বজাৰ এলেকাত মুকলি কৰি দিছে বুলি জানিব দিয়ে। ঘটনাটো সম্পৰ্কত পূব আৰক্ষী চকীত এটা গোচৰ ৰুজু কৰি পৰৱৰ্তী অনুসন্ধান আৰম্ভ কৰা হৈছে।

Recent News

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

ভাৰতত প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণৰ কৰিলে ট্ৰেন্স দম্পতিয়ে : ফ’টশ্বুটৰ জৰিয়তে প্ৰকাশ কৰিলে গৰ্ভধাৰণৰ খবৰ

ভাৰতত প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণৰ কৰিলে ট্ৰেন্স দম্পতিয়ে : ফ’টশ্বুটৰ জৰিয়তে প্ৰকাশ কৰিলে গৰ্ভধাৰণৰ খবৰ

টিপছ : এজন পিতৃয়ে নিজৰ কন্যা সন্তানক কেনেকৈ শক্তিশালী কৰি তুলিব ?

টিপছ : এজন পিতৃয়ে নিজৰ কন্যা সন্তানক কেনেকৈ শক্তিশালী কৰি তুলিব ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd