DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব নাগালেণ্ড

ডিমাপুৰৰ বিধ্বংসী অগ্নিকাণ্ডত ৩৭টা ঘৰ জ্বলি ভস্মীভূত

এন ই নাও নিউজ by এন ই নাও নিউজ
March 24, 2018 7:52 pm
ডিমাপুৰৰ বিধ্বংসী অগ্নিকাণ্ডত ৩৭টা ঘৰ জ্বলি ভস্মীভূত
65
VIEWS
Share on FacebookShare on Twitter

কালি নিশা ডিমাপুৰৰ ৱাই ঝিমোমিত সংঘটিত এক ভয়ানক অগ্নিকাণ্ডত ৩৭টা ঘৰ জ্বলি ভস্মীভূত হয়। অগ্নিকাণ্ডটোৰ ফলত অঞ্চলটোৰ ৩৪টা পৰিয়াল গৃহহীন হৈ পৰা বুলি নাগালেণ্ডৰ গৃহ আয়ুক্ত অভিষেক সিঙে আজি এক প্ৰেছ বিবৃতি যোগে জানিবলৈ দিয়ে।

জানিব পৰা মতে জুইত জাহ যোৱা বেছি সংখ্যক ঘৰে আধা-পকা তথা খেৰৰ ঘৰ আছিল।

অগ্নিকাণ্ডটোৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও চৰ্ট চাৰ্কিটৰ ফলতে ই সংঘটিত হ’ল বুলি সন্দেহ কৰা হৈছে।

অগ্নি নিৰ্বাপনৰ বাবে মুঠ ৯খন অগ্নিনিৰ্বাপক গাড়ী ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছিল।

বিবৃতিটোৰ মতে অগ্নিনিৰ্বাপক গাড়ী সময়মতেই ঘটনাস্থলীত উপস্থিত হৈছিল যদিও ঘৰ সমূহ থেপাথেপিকৈ থকা বাবে কোনোধৰণৰ সা-সম্পত্তি অগ্নিকাণ্ডটোৰ পৰা বচাবলৈ সক্ষম নহ’ল।

আনহাতে উক্ত অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ পিছতে ডিমাপুৰৰ অতিৰিক্ত জিলা উপায়ুক্ত ছাৰা এছ জামিৰৰ নেতৃত্বত জিলা প্ৰশাসন, অৰ্ধসামৰিক বাহিনী আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়।

প্ৰভাবিত পৰিয়ালসমূহক আশ্ৰয় আৰু খাদ্যৰ যোগান ধৰাৰ উদ্দেশ্যে ডিমাপুৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই কলনি কাউন্সিলক ২০,০০০ টকা প্ৰদান কৰিছে।

ইয়াৰ উপৰি আজি প্ৰত্যেকটো পৰিয়ালকে ৫,০০০ টকাকৈ এক তৎকালিন সাহায্য আগবঢ়োৱাৰ লগতে তেওঁলোকৰ বাবে এটা অস্থায়ী সাহায্য শিবিৰৰ ব্যৱস্থা কৰা হৈছে বুলি গৃহ আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে।

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd