• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰতিৱেশী চীন

ডোকলামত চীনে বৃদ্ধি কৰি আছে সামৰিক আন্তঃগাঁথনিৰ নিৰ্মাণৰ কাম

এন ই নাও নিউজ by এন ই নাও নিউজ
March 6, 2018 1:59 pm
ডোকলামত চীনে বৃদ্ধি কৰি আছে সামৰিক আন্তঃগাঁথনিৰ নিৰ্মাণৰ কাম
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডোকলামত থকা ভাৰত-চীন সীমান্তৰ বিবাদমান স্থানৰ পৰা সদ্যহতে ভাৰত আৰু চীন দুয়োখন দেশেই নিজৰ নিজৰ সৈন্যদলক ‘মুখা-মুখি’ অৱস্থানৰ পৰা আঁতৰাই লৈ গৈছে। উক্ত স্থানত দুয়োখন দেশেই সেনা সঞ্চালন কম কৰাৰ পিচত শেহতীয়াভাৱে অৱস্থাৰ  কিছু উন্নতি হৈছে বুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ইংগিত দিছে। মন্ত্ৰী নিৰ্মলা সীতাৰামণে   সোমবাৰে সংবাদ মাধ্যমক প্ৰদান কৰা এটি চুটি বিজ্ঞপ্তিৰ দ্বাৰা প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰিছে।

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত আৰু  প্ৰকাশ কৰিছে এই এলেকাটোত চীনে হেলিপেড, ৰক্ষী স্থান আৰু সেনা বাহিনীৰ লোকৰ বাবে ট্ৰেন্স নিৰ্মাণ কৰাৰ উদ্যোগ গ্ৰহণ কৰিছে।

২০১৭ চনত ৭৩ দিন ধৰি দুয়ো দেশৰ সৈন্য বাহিনী পৰস্পৰৰ মুখা-মুখি হৈ থকাৰ পিছত শেহতীয়াভাৱে দুয়ো দেশেই ‘মুখা-মুখি’ অৱস্থানৰ পৰা আঁতৰাই লৈ গৈছে আৰু এলেকাটোত সেনাৰ সঞ্চালন কম কৰা হৈছে বুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লোকসভাত এই বিষয়টোৰ ওপৰত  বক্তব্য ৰখাৰ সময়ত এইদৰে কয়।

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আৰু কৈছে যে চীনা সেনা বাহিনীয়ে শীতকালত সৈন্য চালনা সুচল কৰি ৰখাৰ বাবে কিছুমান ট্ৰেন্স, ৰক্ষী অৱস্থান আৰু হেলিপেড নিৰ্মাণ কৰি আছে।

প্ৰতিৰক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী সুভাষ ভামৰেই প্ৰকাশ কৰিছে যে সীমান্তৰ অৱস্থা এতিয়াও যথেষ্ট সংৱেদনশীল হৈ আছে আৰু পৰিস্থিতি উত্তপ্ত হৈ উঠাৰ পূৰ্ণ সম্ভৱনা আছে।

কৃত্ৰিম উপগ্ৰহৰ পৰা  পৰা লাভ কৰা আলোকচিত্ৰত  এই এলেকাটোত চীনা সৈন্যই সাতখন হেলিপেড নিৰ্মাণ কৰা, টেংক  আৰু মিছাইল সঞ্চালন কৰাৰ দৃশ্যৰ ওপৰত শোধা এটি প্ৰশ্নৰ উত্তৰত প্ৰতিৰক্ষা মন্ত্ৰী সীতাৰামণে এইদৰে কয়।

বিষয়টো চীনা কৰ্তৃপক্ষৰ কৰ্ণগোচৰ কৰা হৈছে নাই এই সম্বন্ধে সোধা এটি প্ৰশ্নৰ উত্তৰত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে সীমা সম্পৰ্কীয় বিষয়সমূহ কূটনৈতিক ব্যৱস্থাপনা, সীমা বিষয়াসকলৰ আলোচনাচক্ৰ, ফ্লেগ আলোচনাচক্ৰ আৰু চীন-ভাৰত সম্পৰ্কৰক্ষী পৰামৰ্শ আৰু সহযোগৰ কাৰ্যকৰী ব্যৱস্থাপনাৰ জৰিয়তে নিয়মিতভৱে চীন কৰ্তৃপক্ষক জনাই থকা হয়।

সূত্ৰটোত পুনৰ কোৱা হৈছে যে চীনা ফালে তেওঁলোকৰ আন্তঃগাঠনি নিৰ্মাণ বঢ়াই তুলিছে আৰু ডোকলামৰ উত্তৰে পূৰ্ণ ক্ষমতাসম্পন্ন সৈন্য বাহনীক সষ্টম কৰি ৰাখিছে।

উল্লেখ্য যে যোৱা বছৰ আৰত আৰু চীন দুয়োখন দেশৰ সৈন্য বাহিনী ডোকলামৰ বিবাদমান এলেকাত ১৬ জুনৰ পৰা ২৮ আগষ্টলৈকে ৭৩ দিন ধৰি মুখা-মুখি অৱস্থানত আছিল।

 

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যিক পৰ্যায়ৰ উদযাপনৰ জৰিয়তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সন্মান জনাব অৰুণাচল প্ৰদেশে

ৰাজ্যিক পৰ্যায়ৰ উদযাপনৰ জৰিয়তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সন্মান জনাব অৰুণাচল প্ৰদেশে

August 28, 2025 7:22 pm
মিজোৰামত নিষিদ্ধ কৰা হ’ল ভিক্ষা! বিৰোধীৰ আপত্তি সত্ত্বেও বিধানসভাত গৃহীত বিধেয়ক

মিজোৰামত নিষিদ্ধ কৰা হ’ল ভিক্ষা! বিৰোধীৰ আপত্তি সত্ত্বেও বিধানসভাত গৃহীত বিধেয়ক

August 28, 2025 6:22 pm
বায়ু প্ৰদূষণে একেবাৰতে ৩.৫ বছৰ হ্ৰাস কৰিছে ভাৰতীয়ৰ গড় আয়ুস; প্ৰতিবেদনত উদ্বেগজনক তথ্য

বায়ু প্ৰদূষণে একেবাৰতে ৩.৫ বছৰ হ্ৰাস কৰিছে ভাৰতীয়ৰ গড় আয়ুস; প্ৰতিবেদনত উদ্বেগজনক তথ্য

August 28, 2025 6:20 pm
লাম্পিত অসম–মেঘালয়ৰ ভূমি বিবাদৰ মাজতে বন্ধ হৈ পৰিল সীমান্ত পথৰ কাম

লাম্পিত অসম–মেঘালয়ৰ ভূমি বিবাদৰ মাজতে বন্ধ হৈ পৰিল সীমান্ত পথৰ কাম

August 28, 2025 5:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যিক পৰ্যায়ৰ উদযাপনৰ জৰিয়তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সন্মান জনাব অৰুণাচল প্ৰদেশে

ৰাজ্যিক পৰ্যায়ৰ উদযাপনৰ জৰিয়তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সন্মান জনাব অৰুণাচল প্ৰদেশে

August 28, 2025 7:22 pm
মিজোৰামত নিষিদ্ধ কৰা হ’ল ভিক্ষা! বিৰোধীৰ আপত্তি সত্ত্বেও বিধানসভাত গৃহীত বিধেয়ক

মিজোৰামত নিষিদ্ধ কৰা হ’ল ভিক্ষা! বিৰোধীৰ আপত্তি সত্ত্বেও বিধানসভাত গৃহীত বিধেয়ক

August 28, 2025 6:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd