• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰতিৱেশী

ঢাকাত চাৰি দিনযোৰা কাৰ্যসূচীৰে ‘ষষ্ঠ বেংগল শাস্ত্ৰীয় সংগীত মহোৎসৱ’ৰ আৰম্ভ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 26, 2017 7:28 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰৰ পৰা ঢাকাত চাৰি দিনযোৰা কাৰ্যসূচীৰে  ‘ষষ্ঠ বেংগল শাস্ত্ৰীয় সংগীত মহোৎসৱ’ৰ আৰম্ভ হৈছে, মহোৎসৱটোত সংগীতপ্ৰেমী শ্ৰোতা সকলে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ বিষাৰদ সকলৰ অতুলনিয় সংগীতানুষ্ঠান উপভোগ কৰাৰ সুযোগ লাভ কৰিব।

ঢাকাৰ ধনমন্দিৰ অবহানি মৈদানত অনুষ্ঠিত বিশ্বৰ বৃহৎ শাস্ত্ৰীয় সংগীত মহোৎসৱটোত পণ্ডিত অজয় চক্ৰৱৰ্তী, ওস্তাদ ৰচিদ খান আৰু পণ্ডিত যশৰাজে গায়কি পৰিৱেশন কৰাৰ উপৰি পণ্ডিত বিশ্ব মোহন ভট্টে মোহন বীনা অাৰু পণ্ডিত হৰিপ্ৰশাদ চৌৰাছিয়াই বাঁহিবাদন পৰিৱেশন কৰিব।

Apply Now

উল্লেখযোগ্য যে উক্ত সংগীত মহোৎসৱটোৰ উদ্যোক্তা হৈছে ‘দা বেংগল ফাউণ্ডেইশ্যন’ নামৰ এটা পাব্লিক ট্ৰাষ্ট সংগঠন। ৮০ দশকৰ শেষৰফালে নিজৰ যাত্ৰা আৰম্ভ কৰা সংগঠনটোৱে কেইবা দশক জুৰি বেংগলি সংস্কৃতিৰ প্ৰসাৰ কৰি অহাৰ লগতে বাংলাদেশত সংগীতৰ পৰম্পৰাক নিয়মীয়া ভাৱে উৎসাহিত কৰি আহিছে। এই যাত্ৰাৰ এক অংশ হিচাপে ফাউণ্ডেইশ্যনটোৱে গুণগত মান সম্পন্ন সংগীতৰ এক চমজদাৰ শ্ৰোতা সৃষ্টি কৰাৰ লক্ষ্য লৈ ‘বেংগল শাস্ত্ৰীয় সংগীত মহোৎসৱ’ নামৰ বিনামুলীয়া বাৰ্ষীক সংগীত মহোৎসৱটো আয়োজন কৰি আহিছে।

প্ৰাচ্য তথা প্ৰাশ্চাত্য শাস্ত্ৰীয় সংগীতৰ এক যুগলবন্দীৰে মহোৎসৱটো মুকলি কৰা হ’ব য’ত বিখ্যাত ভায়লীন বাদক এল শুব্ৰমণীয়মে কাজাখাস্তানৰ ৫৮ জনীয়া ‘অাস্তানা ছিমফ’নি ফিলহাৰমনিক অৰকেষ্ট্ৰা’ ৰ সৈতে একেলগে সংগীত পৰিৱেশন কৰিব। চাৰিদিনীয়া সংগীতৰ অনুষ্ঠানটোত তিনিজনকৈ সাৰদ বাদক- পণ্ডিত তেজেন্দ্ৰ নাৰায়ন মজুমদাৰ, ৰাজৰূপা চৌধুৰী আৰু আবিৰ হুছেইনৰ লগতে বাঁহী বাদক পণ্ডিত ৰনু মজুমদাৰ আৰু ৰাকেশ চৌৰাছিয়াও সংগীত পৰিৱেশন কৰিব। ইয়াৰ উপৰি সংগীত মহোৎসৱটোত ওদিছি নৃত্যকাৰ সুজাতা মহাপাত্ৰ আৰু  চেতাৰ বাদক পণ্ডিত কুশল দাস আৰু পুৰ্বায়ন চেতাৰ্জীয়ে ক্ৰমে নৃত্য তথা সংগীত পৰিৱেশন কৰিব।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

August 27, 2026 11:30 am
‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

August 27, 2026 11:17 am
মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

August 27, 2026 11:30 am
‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

August 27, 2026 11:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd