• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তিনিচুকীয়াৰ লিডু ৰে’ল ষ্টে’চনত কুখ্যাত গাড়ী চোৰৰ দলক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে

লক্ষ্মণ শৰ্মা by লক্ষ্মণ শৰ্মা
February 16, 2018 9:55 pm
arrest
292
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়াৰ লিডু আৰক্ষীয়ে আজি আবেলি লিডু ৰে’ল ষ্টে’চনৰ পৰা ৪ জনীয়া এটা গাড়ী চোৰৰ দলক আটক কৰিছে।

লিডু থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক অমৰজ্যোতি বাইলুঙৰ নেতৃত্বত যোৱা আৰক্ষী দলে এই কুখ্যাত চোৰৰ দলটোক ধৰিবলৈ সক্ষম হয়।

আৰক্ষী সূত্ৰই জনোৱা মতে চোৰকেইজন হ’ল তিনিচুকীয়া বালুগাদ্দাৰ মুন্না চাহা আৰু ৰঙাপাৰাৰ ৰূপম ৰাজবংশী, ডিব্ৰুগড় দুলীয়াজানৰ প্ৰদীপ বৰুৱা আৰু জাগুন লেখাপানীৰ দিগন্ত গগৈ।

সূত্ৰটোৱে লগতে জনায় যে তিনিচুকীয়াৰ বিভিন্ন ঠাইৰ পৰা গাড়ী চুৰি কৰাৰ বাবে দিগন্ত গগৈ নামৰ চোৰজনে বাকী কেইজন চোৰক কামত লগাইছিল।

চোৰসকলৰ হাতৰ পৰা ২২ জাঁই সক্ৰিয় গুলীৰ সৈতে .২২ পিস্তল এটা, একোচা চাবি আৰু কিছু কাগজ পত্ৰ জব্দ কৰে।

লিডু আৰক্ষীৰ এই সফলতাৰ শলাগ লৈ জিলা আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তই কয় ‘এই কুখ্যাত দলটোক আটক কৰাটোৱে জিলাখনৰ লোকসকলক নিশ্চিতভাৱে স্ব্স্তি দিব।’

ভাৰতীয় দণ্ডবিধিৰ ৩৮৭ ধাৰা, অস্ত্ৰ আইনৰ ধাৰা ২৫ (১ এ’), ৩৫ৰ অধীনত চোৰসকলৰ বিৰুদ্ধে ৩৯/১৮ নং এক গোচৰ মাৰ্ঘেৰিটা আৰক্ষী থানাত ৰুজু কৰা হৈছে।

Recent News

আহমেদাবাদত দুৰ্ঘটনা পতিত বিমানখনত আছিল উত্তৰ-পূবৰ ২ গৰাকী যুৱতী

আহমেদাবাদত দুৰ্ঘটনা পতিত বিমানখনত আছিল উত্তৰ-পূবৰ ২ গৰাকী যুৱতী

মেডিকেল কলেজৰ হোষ্টেলৰ চাদত পৰিল দুৰ্ঘটনাগ্ৰস্ত বিমানখন; ২০ জন কনিষ্ঠ চিকিৎসকৰ মৃত্যুৰ আশংকা

মেডিকেল কলেজৰ হোষ্টেলৰ চাদত পৰিল দুৰ্ঘটনাগ্ৰস্ত বিমানখন; ২০ জন কনিষ্ঠ চিকিৎসকৰ মৃত্যুৰ আশংকা

বিশ্বজুৰি ১২২ মিলিয়নতকৈ অধিক লোক বলপূৰ্বকভাৱে স্থানচ্যুত হৈছেঃ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন

বিশ্বজুৰি ১২২ মিলিয়নতকৈ অধিক লোক বলপূৰ্বকভাৱে স্থানচ্যুত হৈছেঃ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন

আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত বিমানখনত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী? যাত্ৰী তালিকাত নাম!

আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত বিমানখনত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী? যাত্ৰী তালিকাত নাম!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd