DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব নাগালেণ্ড

তিনিজন উপদেষ্টা আৰু পাঁচজন সংসদীয় সচিবক বৰ্খাস্ত কৰিলে মুখ্য মন্ত্ৰী জেলিয়াঙে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 19, 2017 6:27 pm
t r zeliang
81
VIEWS
Share on FacebookShare on Twitter

যোৱা কেইদিনত খুব সঘনাই সলনি হোৱা নাগালেণ্ডৰ ৰাজনৈতিক দৃশ্যপটত আন এক নতুন মোৰ দেখা গৈছে। মুখ্য মন্ত্ৰী টি আৰ জেলিয়াঙে আজি তেওঁৰ তিনিজন উপদেষ্টা আৰু পাঁচজন সংসদীয় সচিবক বৰ্খাস্ত কৰে। ইয়াৰ ফলত মন্ত্ৰীসভাখনৰ ৰদবদলৰ বাট মুকলি কৰা হ’ল। কেবিনেট ছেক্ৰেটেৰি পংকজ কুমাৰৰ দ্বাৰা জাৰি কৰা এখন জাননী মতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপদেষ্টা নোকে ৱাংনাও, পৰিকল্পনা আৰু সমন্বয় উপদেষ্টা চি এম চাং, আৰু উচ্চ শিক্ষা আৰু নাগালেণ্ড মৌপালন আৰু মৌ অভিযান (এন বি এইচ্ছ এম)ৰ দেও নুখুক পদৰ পৰা আঁতৰোৱা হৈছে। আনহাতে সংসদীয় সচিবকেইজন হ’ল পহোৱাং কন্যাক (মূল্যায়ন আৰু নাগালেণ্ড ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান), মেৰেনটশ্বি আৰ জমিৰ (সমাজ কল্যাণ), ঝালেও ৰিঅ’ (পৌৰ বিভাগ), নামৰি চাং (ৰেচম, অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনী আৰু নাগালেণ্ড জৈৱ সম্পদ অভিযান) আৰু ড০ কেডিটছু (শ্ৰম আৰু নিয়োগ আৰু দক্ষতা বিকাশ)। আনহাতে দুদিনৰ পূৰ্বে নতুনকৈ মন্ত্ৰী পৰিষদত অন্তৰ্ভুক্ত হোৱা ছজনক দপ্তৰ বিতৰণ কৰাৰ কাম এতিয়াও বাকী ৰৈ গৈছে।

চৰকাৰৰ এটা সূত্ৰই কয় যে অহা বুধবাৰে, অৰ্থাৎ কাইলৈ জেলিয়াঙে সংসদীয় সচিব/উপদেষ্টাসকলৰ সালসলনি কৰাৰ সম্ভাৱনা আছে, যাৰ পিছত নতুন মন্ত্ৰীকেইজনক বিভাগৰ আবণ্টন দিয়া হ’ব। সূত্ৰটোৱে জানিবলৈ দিয়া মতে এন পি এফৰ বিধায়কসকলৰ মাজত সংঘাত দূৰীকৰণ প্ৰক্ৰিয়া এতিয়াও ভালেখিনি বাকী আছে। ইয়াৰ বাট মুকলি কৰি নেইফিউ ৰিঅ’ দলটোত থকা তেওঁৰ সমৰ্থক সকলক মিতমাত হ’বলৈ সুযোগ দিছে যদিও দলটোৰ এজন জ্যেষ্ঠ নেতা তথা ড০ শ্বুৰহোজেলিৰ অনুগত কে জি কেনেই দলটোৰ দুয়োটা গোটৰ পুনৰ একত্ৰীকৰণৰ পক্ষপাতী নহয় বুলি জানিব পৰা গৈছে।

Recent News

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd