• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

তিব্বতীয় নিৰ্বাসিত সংসদৰ প্রতিনিধিৰ অৰুণাচলৰ ৰাজ্যপালক সাক্ষাত

NE NOW NEWS প্ৰণব কুমাৰ দাস
তেজপুৰ , July 13, 2018 9:52 pm

1 min read

333
65
VIEWS
Share on FacebookShare on Twitter

তিব্বতীয় নিৰ্বাসিত সংসদৰ তদানিন্তন সাংসদ পেমা জুংনেই বৃহস্পতিবাৰে অৰুণাচলৰ ৰাজ্যপাল ড০ বি ডি মিশ্ৰক ইটানগৰৰ ৰাজভৱনত সাক্ষাত কৰে। উল্লেখ্য যে পেমা জুংনেই তদানিন্তন তিব্বতী নিৰ্বাসিত সংসদৰ মুখপাত্ৰ আছিল।

পেমা জুংনেইৰ সৈতে তদানিন্তন তিব্বতীয় নিৰ্বাসিত সংসদৰ আন এগৰাকী সাংসদ লামা কুংগা ছথুপ আৰু কেন্দ্ৰীয় তিব্বতীয় প্ৰশাসনৰ, তিব্বতীয় নিষ্পত্তি কাৰ্যালয়ৰ নিষ্পত্তি বিষয়া জি টি য়াংদুপেও ৰাজ্যপাল মিশ্ৰক সাক্ষাত কৰে।তিব্বতীয় নিৰ্বাসিত সংসদৰ  টেনজিংগাং জুংনেই ভাৰত আৰু ভাৰতীয় লোকসকলে তিব্বতৰ লোকসকলৰ লোকসকলক বিগত ৬০ বছৰ ধৰি সমৰ্থন জনাই অহাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

ৰাজ্যপাল মিশ্ৰই ১৯৯০ৰ প্ৰথমৰ ফালে তেওঁৰ তিব্বত ভ্ৰমণৰ অভিজ্ঞতাৰ কথা তদানিন্তন তিব্বতীয় নিৰ্বাসিত সাংসদসকলৰ আগত বৰ্ণনা কৰে। তেওঁ আশা প্ৰকাশ কৰে যে শান্তি আৰু মানৱতা যুক্ত তিব্বতৰ সাংস্কৃতিক ঐতিহ্যই সমগ্ৰ বিশ্বতে বন্ধুত্ব আৰু ভ্ৰাতৃত্ববোধৰ বাণী কঢ়িয়াই লৈ যাব বুলি আশা প্ৰকাশ কৰে।

ইয়াৰ পূৰ্বে জুংনেই তিব্বতৰ সাম্প্ৰতিক মানুহক শিলীভূত কৰি দিব পৰা পৰিস্থিতি সম্পৰ্কে ৰাজ্যপাল মিশ্ৰক এটা চমু আভাস দিয়ে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd