• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচল প্ৰদেশত অনুষ্ঠিত হ’ব দশম সংখ্যক ‘পূৰ্বোত্তৰ নাট্য সমাৰোহ’

এন ই নাও নিউজ by এন ই নাও নিউজ
January 17, 2018 10:18 am
প্ৰতিনিধিত্বমূলক চিত্ৰ
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূব থিয়েটাৰ মহোৎসৱৰ দশম সংখ্যক ‘পূৰ্বোত্তৰ নাট্য সমাৰোহ’ অৰুণাচল প্ৰদেশত অনুষ্ঠিত হ’ব। ১৯ জানুৱাৰিৰ পৰা ২৮ জানুৱাৰিলৈ ৰাজ্যখনৰ ইটানগৰস্থিত সিদ্ধাৰ্থ হলত বিভিন্ন অনুষ্ঠানেৰে এই সমাৰোহ  চলিব। নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় নাটক বিদ্যালয় (এন এছ ডি)ৰ সহযোগত ৰাজ্যিক কলা আৰু সাংস্কৃতিক বিভাগে এই নাট মহোৎসৱৰ আয়োজন কৰিছে।

মঙলবাৰে আয়োজিত এখন সংবাদমেলৰ জৰিয়তে মহোৎসৱখনৰ বিষয়ে সদৰী কৰে ৰিকেন গমলে। উল্লেখযোগ্য যে ৰিকেন গমলে অৰুণাচল প্ৰদেশৰ পৰা এন এছ ডিৰ স্নাতক ডিগ্ৰী লোৱা প্ৰথম লোক। গমলে একেৰাহে অভিনেতা, পৰিচালক, অভিনেতা প্ৰশিক্ষক, মাৰ্চিয়েল আৰ্টিষ্ট আৰু নৃত্য পৰিচালক ৰূপে প্ৰতিষ্ঠিত।

Apply Now

নাট মহোৎসৱ আয়োজনৰ লগত জড়িত থকা গমলেই জানিবলৈ দিয়া অনুসৰি আঠদিনীয়া মহোৎসৱত অসম, মণিপুৰ, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশৰ আঞ্চলিক ভাষাত মুঠ ১০ খন নাট প্ৰদৰ্শন কৰা হ’ব।

‘বিগত ৮-৯ বছৰে আয়োজিত উত্তৰ-পূব নাট সমাৰোহৰ ফলত অধিক ৰুচিসম্পন্ন তথা উন্নতমানৰ নাট মঞ্চস্থ কৰাৰ সুযোগ লাভ কৰিছে’। এই মন্তব্য কৰে ৰিকেন গমলে।

‘ৰাজ্যবাসীৰ বাবে এয়া গৌৰৱৰ বিষয় যে এন এছ ডিয়ে দশম সংখ্যক পূৰ্বোত্তৰ নাট্য সমাৰোহৰ বাবে ইটানগৰক স্থান হিচাপে নিৰ্ধাৰণ কৰিছে’, এই বুলিও কয় গমলেই। ইয়াৰ উপৰি এই সমাৰোহৰ ফলত অৰুণাচলৰ শিল্পীসকল যথেষ্ট উপকৃত হ’ব বুলিও সংবাদমেলৰ জৰিয়তে কয়।

উল্লেখযোগ্য যে ২০০৮ চনত গুৱাহাটীত পোন প্ৰথমবাৰৰ এই নাট মহোৎসৱৰ আয়োজন কৰা হৈছিল আৰু তেতিয়াৰে পৰা বছৰে বছৰে উত্তৰ-পূবৰ বিভিন্ন অঞ্চলত মহোৎসৱখনৰ আয়োজন কৰি আহিছে।

উদযাপন সমতিৰ হৈ গমলেই সকলোকে এই সমাৰোহত উপস্থিত থাকি মহোৎসৱটি সাফল্যমণ্ডিত কৰি তুলিবলৈ অনুৰোধ জনোৱাৰ লগতে নাট উপভোগ কৰাৰ বাবে প্ৰৱেশ বিনামূলীয়া বুলিও জানিবলৈ দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd