• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

দিনজান সেনা চকীৰ পৰা ৰাষ্ট্ৰীয় সংহতি যাত্ৰাৰ শুভাৰম্ভণি

NE NOW NEWS অভিক চক্ৰৱৰ্তী
ডিব্ৰুগড় , December 26, 2017 10:37 pm

2 min read

দিনজান সেনা চকীৰ পৰা ৰাষ্ট্ৰীয় সংহতি যাত্ৰাৰ শুভাৰম্ভণি
145
VIEWS
Share on FacebookShare on Twitter
১২ দিনজোৰা সন্মানীয় ৰাষ্ট্ৰীয় সংহতি যাত্ৰাৰ মঙলবাৰে দিনজানস্থিত সেনা চকীৰ পৰা পতাকা জোকাৰি শুভাৰাম্ভ কৰা হয়। সেনাৰ ডাউ ডিভিজনে উদ্বোধন কৰা উক্ত কাৰ্যসূচীত ৫০০ তকৈ বেছি ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু নাগৰিক সমাজৰ বহু গণ্য-মান্য ব্যক্তি তথা অতিথি উপস্থিত থাকে। ৰাষ্ট্ৰীয় সংহতি যাত্ৰাটোত অংশ লোৱা ছাত্ৰ-ছাত্ৰী সকলক সকলোৱে উষ্ণ শুভেচ্ছা জনায়। অসম আৰু অৰুণাচলৰ বিভিন্ন স্থানৰ পৰা অহা মেধাৱী ছাত্ৰ- ছাত্ৰীয়ে ভাগ লোৱা যাত্ৰা দলটোৱে দিল্লী, আগ্ৰা, জয়পুৰ আৰু গুৱাহাটীৰ বিভিন্ন ঐতিহ্যমণ্ডিত  তথা সাংস্কৃতিকভাৱে গুৰুত্বপূৰ্ণ স্থান সমূহ ভ্ৰমণ কৰিব। ইয়াৰ উপৰি ভ্ৰমণটোৰ অংশ হিচাপে ছাত্ৰ- ছাত্ৰী সকলে ৰাষ্ট্ৰপতি ভৱনত গৈ মাননীয় ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ ক’বিন্দক লগ ধৰাৰো সুযোগ লাভ কৰিব। পতাকা উত্তোলন অনুষ্ঠানটোত সভাপতিত্ব কৰি জি অ’ চি ডাউ ডিভিজনৰ মেজৰ জেনেৰেল গজিন্দৰ সিঙে কয়- ‘ দেশৰ বৈচিত্ৰ্যক সৰ্বাধিক এক্সপ’জাৰ দিয়াৰ উক্ত ভ্ৰমণৰ পৰিকল্পনা কৰা হৈছিল। এই যাত্ৰাই ব্যাপকভাৱে তেওঁলোকৰ চিন্তাক প্ৰসাৰিত কৰিব।’ উল্লেখযোগ্য যে ২৬ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় সংহতি যাত্ৰা জানুৱাৰিৰ ৬ তাৰিখে নাহৰকটীয়াত সামৰণি পৰিব। মঙলবাৰৰ উক্ত শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত দৰ্শকসকলে যুৱচামৰ দ্বাৰা পৰিৱেশিত বিহু তথা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰে। নাগৰিক সমাজৰ বহু গন্যমান্য ব্যক্তি, স্থানীয় অতিথি, শিশু তথা অভিভাৱকৰ উপস্থিতিত  ৰাষ্ট্ৰীয় ঐক্য যাত্ৰাটোক ৰাধিকা চণ্ডেল আৰু জি অ’ চি দাউ ডিভিজনৰ মেজৰ জেনেৰেল গজিন্দৰ সিঙে পতাকা জোকাৰি শুভাৰম্ভণি কৰে।

Recent News

Dibrugarh-University-570x320

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিত্তীয় অনিয়ম : উচ্চ স্তৰীয় তদন্ত কমিটি গঠন ৰাজ্যপাল জগদীশ মুখীৰ

ম্যানমাৰ : ফেচবুকে নিষিদ্ধ কৰিলে দেশখনৰ সামৰিক বাহিনীক

ম্যানমাৰ : ফেচবুকে নিষিদ্ধ কৰিলে দেশখনৰ সামৰিক বাহিনীক

624827-army-afp-050517-750x375

নিৰ্বাচনৰ পূৰ্বে AFSPAৰ অধীনত অসমক পুনৰ ‘অশান্ত অঞ্চল’ৰূপে ঘোষণা চৰকাৰৰ

অপেক্ষাৰ অন্ত! দীৰ্ঘ সময়ৰ অন্তত একেলগে চলমান-শ্বাহৰুখৰ চিনেমা

অপেক্ষাৰ অন্ত! দীৰ্ঘ সময়ৰ অন্তত একেলগে চলমান-শ্বাহৰুখৰ চিনেমা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd