• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 14, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিল্লীত গণৰাজ্য দিৱসত প্ৰদৰ্শনৰ বাবে সাজু অসমৰ প্ৰতীকপদ ‘মাজুলী’

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 17, 2018 5:48 pm

1 min read

Assam, Meghalaya tableaux approved for Republic Day parade

গণৰাজ্য দিৱসত অসমৰ ২০১৮ চনৰ প্ৰতীকপটৰ ফাইল ছবি।

138
VIEWS
Share on FacebookShare on Twitter

দেশৰ ৰাজধানী গণৰাজ্য দিৱসৰ শোভাযাত্ৰাত প্ৰদৰ্শনৰ বাবে মাজুলীক লৈ এইবাৰৰ প্ৰতীকপদ সাজু কৰিছে অসমে।

এইবাৰৰ প্ৰতীকপদৰ প্ৰধান আকৰ্ষণ হ’ব মুখানৃত্য। হেম গোস্বামীৰ নেতৃত্বত মাজুলীৰ ছামগুৰি সত্ৰৰ এটা দহজনীয়া মুখানৃত্য শিল্পী দলে গণৰাজ্য দিৱসৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব।

বহুবাৰ পৰীক্ষা কৰি চোৱাৰ পিছত প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে এই সন্দৰ্ভত সেউজ সংকেত দিছে।

প্ৰতীকপদটো হ’ব ৪৮ ফুট দীঘল, ১৬ ফুট ওখ আৰু ১৪ ফুট বহল। প্ৰতীকপদটোত দহজন শিল্পীয়ে ভাওনাৰ দৃশ্য ৰূপা্যন কৰিব। লগতে পৰিৱেশিত হ’ব সত্ৰীয়া সংগীত।

পূৰ্বে অসমে ভূপেন হাজৰিকাক লৈ কৰা প্ৰতীকপদৰ যোগেদি ২০১৪ চনত দ্বিতীয় আৰু ৰঙালীক লৈ কৰা প্ৰতীকপদৰ যোগেদি ২০১৬ চনত তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল।

উৎসঃ টাইমছ অৱ ইণ্ডিয়া

Recent News

Rongali Bihu 2

হৰিষৰ মাজতে বিষাদ: বিশ্বনাথত গৰু ধুৱাবলৈ গৈ ভাতৃ-ভগ্নীসহ ৫ জনৰ মৃত্যু , ডিব্ৰুগড়তো ২ যুৱকৰ সলিল সমাধি

জব্দ হ’ল ‘এভাৰ গিভেন’, ৯০০ মিলিয়ন ডলাৰৰ বিনিময়তহে মুকলি কৰি দিব চুৱেজ খাল কৰ্তৃপক্ষই

জব্দ হ’ল ‘এভাৰ গিভেন’, ৯০০ মিলিয়ন ডলাৰৰ বিনিময়তহে মুকলি কৰি দিব চুৱেজ খাল কৰ্তৃপক্ষই

a myanmar

ৰঙালীৰ ৰং: শিৱসাগৰত সদৌ অসম ভিত্তিত কণী যুঁজ আৰু মুকলি বিহু প্ৰতিযোগিতা

a vac

কোভিডৰ ভেকচিন গ্ৰহণ কৰা সকলক উচ্চ হাৰত সুদ প্ৰদান কৰিব দেশৰ এই ৰাষ্ট্ৰীয়কৃত বেংকটোৱে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd