• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

দুদিনীয়া ভ্ৰমণসূচী লৈ গুৱাহাটীত উপস্থিত আন্না হাজাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 14, 2017 8:23 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ২৩ ডিচেম্বৰৰ পৰা নতুন দিল্লীত জন লোকপাল বিল আৰু বিজেপি চৰকাৰে কৃষক বিৰোধী নীতিৰ বিৰুদ্ধে এক বিশাল আন্দোলন আৰম্ভ কৰিব বিশিষ্ট সমাজসেৱী তথা গান্ধীবাদী নেতা আন্না হাজাৰে। বিজেপি চৰকাৰৰ বিৰুদ্ধে আৰম্ভ কৰিব লগীয়া উক্ত আন্দোলনৰ পূৰ্বে এক দুদিনীয়া কাৰ্যসূচী লৈ অসম তথা অৰুণাচললৈ অহা গান্ধীবাদী নেতাজনে আজি আবেলি গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত আহি উপস্থিত হয়হি। জানিব পৰা মতে গান্ধীবাদী নেতাজনে গুৱাহাটীত উপস্থিত হৈয়ে এখন দুৰ্নীতি বিৰোধী আলোচনা সভাত অংশ গ্ৰহণ কৰে। আনহাতে কাইলৈ নেতাজনে এখন সংবাদমেল সম্বোধন কৰিব য’ত তেওঁ জন লোকপাল বিলৰ সম্পৰ্কে আলোচনা কৰাৰ উপৰি কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীও উত্থাপন কৰিব বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰিও বিশিষ্ট নেতাজনে অৰুণাচললৈ গৈ মুখ্য মন্ত্ৰী পেমা খান্দুক লগ কৰাৰ সম্ভাৱনা আছে।

Apply Now
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিতৰ্কিত ভিডিঅ’ ডিলিট কৰিব লাগিব ধ্ৰুৱ ৰাথীয়ে : নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

বিতৰ্কিত ভিডিঅ’ ডিলিট কৰিব লাগিব ধ্ৰুৱ ৰাথীয়ে : নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

July 3, 2026 3:46 pm
লুই বাৰ্জাৰ কেলেংকাৰী: আমেৰিকাত শাস্তি হ’ল, কিন্তু অসমত দহ বছৰেও শেষ নহ’ল তদন্ত

লুই বাৰ্জাৰ কেলেংকাৰী: আমেৰিকাত শাস্তি হ’ল, কিন্তু অসমত দহ বছৰেও শেষ নহ’ল তদন্ত

July 3, 2026 3:35 pm
মন্ত্ৰীৰ চাকৰ নহয় আৰক্ষী, বোম্বাই উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়ত নিৰ্বাসনৰ নিৰ্দেশ খাৰিজ

মন্ত্ৰীৰ চাকৰ নহয় আৰক্ষী, বোম্বাই উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়ত নিৰ্বাসনৰ নিৰ্দেশ খাৰিজ

July 3, 2026 3:23 pm
সন্তান জন্মৰ পাছতেই পোহৰলৈ আহিল স্বামীৰ আচৰিত পৰিচয়! স্বামী সমকামী বুলি জানি পত্নীয়ে কি কৰিলে?

সন্তান জন্মৰ পাছতেই পোহৰলৈ আহিল স্বামীৰ আচৰিত পৰিচয়! স্বামী সমকামী বুলি জানি পত্নীয়ে কি কৰিলে?

July 3, 2026 3:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিতৰ্কিত ভিডিঅ’ ডিলিট কৰিব লাগিব ধ্ৰুৱ ৰাথীয়ে : নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

বিতৰ্কিত ভিডিঅ’ ডিলিট কৰিব লাগিব ধ্ৰুৱ ৰাথীয়ে : নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

July 3, 2026 3:46 pm
লুই বাৰ্জাৰ কেলেংকাৰী: আমেৰিকাত শাস্তি হ’ল, কিন্তু অসমত দহ বছৰেও শেষ নহ’ল তদন্ত

লুই বাৰ্জাৰ কেলেংকাৰী: আমেৰিকাত শাস্তি হ’ল, কিন্তু অসমত দহ বছৰেও শেষ নহ’ল তদন্ত

July 3, 2026 3:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd