• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দ্ৰুতবেগী বাহনে মহতিয়াই নিলে নাহৰফুটুকীক

NE NOW NEWS অভিক চক্ৰবৰ্তী
মাৰ্ঘেৰিটা , December 20, 2017 4:12 pm

1 min read

দ্ৰুতবেগী বাহনে মহতিয়াই নিলে নাহৰফুটুকীক
77
VIEWS
Share on FacebookShare on Twitter

মাৰ্ঘেৰিটাৰ পাৱৈ চাহ বাগিচাত যোৱাৰাতি এটা মতা পূৰ্ণবয়স্কৰ নাহৰফুটুকী বাঘক এখন দ্ৰুতবেগী বাহনে মহতিয়াই নিয়ে। অনুমান কৰা মতে নাহৰফুটুকীটোৱে পাৱৈ চাহ বাগিচাৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহোতে পথ পাৰ হ’ব খোজোতেই গাড়ীয়ে মহতিয়াই নিয়ে। ‘এক মান বজাত আমি খবৰ পাওঁ যে গাড়ীয়ে এটা নাহৰফুটুকী বাঘক মহতিয়াই হত্যা কৰিছে। লগে লগে আমাৰ দলটো ঘটনাস্থলীলৈ যাওঁ আৰু মৃত বাঘটো দেখা পাওঁ। মাজৰাতি প্ৰায় ১২.৩০ মান বজাত ঘটনাটো ঘটিছিল।’ মাৰ্ঘেৰিটাৰ বন বিষয়া ধ্ৰুবজ্যোতি দত্তই কয়। পিছত মৃত বাঘটো মাৰ্ঘেৰিটাৰ বন বিষয়াৰ কাৰ্য্যালয়লৈ লৈ যোৱা হয়।

আনহাতে এভাৰগ্ৰীন ফাউণ্ডেইশ্যন নামৰ বেচৰকাৰী সংস্থাটোৰ সভাপতি বিজয় গগৈয়ে কয়, ‘এই ঠাইখনত নাহৰফুটুকীৰ সঘন আহ-যাহ চলে। তথাপি বন বিভাগে গাড়ী লাহে লাহে চলাবলৈ কোনো সতৰ্কীকৰণ জাননী লগোৱা নাই। ৰাতিৰ ভাগত পাৱৈ চাহ বাগিচাৰ পৰা বহু বনৰীয়া জীৱ-জন্তু ওলাই আহে আৰু ৩৭ নং ৰাষ্ট্ৰীয় পথটো পাৰ হয়। এইবোৰ দ্ৰুতবেগী গাড়ীৰ চেপাত মৃত্যু হোৱাৰ ঘটনা ঘটি থাকে।’ তেওঁ আৰু অভিযোগ কৰে যে বন ধ্বংসৰ বাবেই মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত দিনে দিনে বাঢ়িছে।

জানিব পৰামতে বন বিভাগে বাঘটোৰ মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা কৰি কাষৰ জংঘলত পুতি পেলায়।

Recent News

lurrriiinnnn

২০১৬-২০২১ লৈকে অত্যাৱশ্যকীয়-নিৰ্মাণ সামগ্ৰীৰ দাম কিমান বৃদ্ধি পালে? হিচাপ দিলে লুৰীণজ্যোতিয়ে

a nirab

নীৰৱ মোদীক ভাৰতলৈ প্ৰত্যৰ্পনত অনুমোদন ব্ৰিটেইনৰ আদালতৰ

Represntative

OMG! অস্ত্রোপচাৰত গৰুৰ পেটৰ পৰা ওলাল ৭১ কিলোগ্ৰাম প্লাষ্টিকৰ লগতে আন ধাতৱ সামগ্ৰী

a face

ছ’চিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম, ২৪ ঘণ্টাৰ ভিতৰত আঁতৰাব লাগিব অশ্লীল ছবি, আৰু কি আছে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd