• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নতুন দিল্লীৰ গ্ল’বেল কাৰ্নিভেললৈ নাগা লোকসংগীত শিল্পী মাচাংৱা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 23, 2018 5:21 pm
মাচাংৱা লগত পুত্ৰ চাকা

মাচাংৱা লগত পুত্ৰ চাকা

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ যশস্বী নাগা লোকসংগীত শিল্পী ৰিউবেন মাচাংৱাই নতুন দিল্লীৰ নৱৰস ড্যুৱেণ্ডা গ্ল’বেল কাৰ্নিভেলত সংগীত পৰিৱেশন কৰিব। ২৩ৰ পৰা ২৫ ফেব্ৰুৱাৰিলৈকে নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত এই উৎসৱ অনুষ্ঠিত হ’ব।

মনিপুৰৰ উখ্ৰুল জিলাৰ চ্চৈথাৰ গাঁৱৰ শিল্পীগৰাকী পৰম্পৰাগত ‘হাও সংগীত’ৰ এগৰাকী বাটকটীয়া। মাচাংৱা মণিপুৰৰ টাংখুল নাগাসকলৰ লোকগীতসমূহক বিশ্বজুৰি জনপ্ৰিয় কৰি তোলাৰ বাবে জনাজাত। মাচাংৱাই তেওঁৰ সংগীতত পশ্চিমীয়া গীটাৰৰ লগতে পৰম্পৰাগত টাংখুল লোকবাদ্যসমূহৰ বহুল ব্যৱহাৰ কৰি আহিছে।

Apply Now

এদশকজোৰা প্ৰচেষ্টাৰে মাচাংৱাই পৰম্পৰাগত তাঁৰবাদ্য ‘টিংতেলিয়া’ক আধুনিক পশ্চিমীয়া বাদ্যৰ সৈতে সংগত কৰিব পৰাকৈ বিকশাই তোলে। কণমানি পুত্ৰ চাকাৰ সৈতে তেওঁ ভাৰতৰ লগতে পৃথিৱীৰ বিভিন্ন ঠাইত ‘সংগীতৰ ভাষা বিশ্বজনীন’ বাণী বিয়পাই অনুষ্ঠান পৰিৱেশন কৰি আহিছে।

ইতিমধ্যে কেইবাটাও এলবাম মুকলি কৰা মাচাংৱা আৰু তেওঁৰ সংগীতৰ ওপৰত নিৰ্মিত ‘Songs of Mashanva’ তথ্যচিত্ৰখনেও দেশে-বিদেশে বহুকেইটা সন্মান পাবলৈ সক্ষম হৈছে।

নাগাৰ বব ডিলানৰূপে জনাজাত মাচাংৱাই মেঘালয়ৰ লু মাজাও আৰু দিল্লীৰ বেণ্ড আদৱাইটাৰ সৈতে একেলগে নতুন দিল্লীত হ’ব লগা উৎসৱটোৰ ‘Instincts’ শীৰ্ষক অনুষ্ঠানটোত ভাগ ল’ব।

উল্লেখযোগ্য যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৪০০ তকৈও অধিক শিল্পীয়ে অংশগ্ৰহণ কৰিব লগা নৱৰস ড্যুৱেণ্ডা গ্ল’বেল কাৰ্নিভেল শিল্প আৰু বিনোদনৰ এনেধৰণৰ দেশৰ ভিতৰতে প্ৰথমতো অনুষ্ঠান। উৎসৱটোত অপেৰা, জেজ, শাস্ত্ৰীয়, লোকস্ংগীত আদি বিভিন্ন শৈলীৰ সংগীতৰ লগতে সমগ্ৰ বিশ্বৰ বিভিন্ন চলচ্চিত্ৰও প্ৰদৰ্শিত হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd