• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগালেণ্ডত পতঞ্জলিয়ে স্থাপন কৰিব হস্পিতাল, বিশ্ববিদ্যালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
December 29, 2017 2:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙে বৃহস্পতিবাৰে প্ৰকাশ কৰিছে যে নাগালেণ্ডত শিক্ষাৰ গভীৰ প্ৰয়োজন আৰু সেয়েহে ৰাজ্য চৰকাৰে যিকোনো সংস্থাকে আদৰণি জনাবলৈ সাজু যিয়ে ৰাজ্যখনত শিক্ষা প্ৰতিষ্ঠান বা বিশ্ববিদ্যালয় স্থাপন কৰি শিক্ষাৰ মানদণ্ড সৰ্বোচ্চ স্তৰলৈকে নিব বিচাৰে। সেয়া লাগিলে ধৰ্মীয় বা আন যিকোনো সংস্থাই নহওক লাগে।

বৃহস্পতিবাৰে আবেলি খেৰমহলত উচ্চ আৰু কাৰিকৰী শিক্ষাৰ উপদেষ্টা এন থমাছ ল’থাৰ আৱাসিক চৌহদত পতঞ্জলি আয়ুৰ্বেদ লিমিটেডৰ অধীনত বিশেষভাৱে সক্ষম শিক্ষাৰ্থীক সম্বৰ্দ্ধনা জনোৱা এক অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ দিছিল।

Apply Now

বাবা ৰামদেৱৰ সহযোগী বাল কৃষ্ণ আচাৰ্যই যেতিয়া নাগালেণ্ডত বিশেষভাৱে সক্ষম সকলৰ বাবে এখন ১০০ খন বিচনাযুক্ত হস্পিতাল স্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিছিল, তাক আদৰণি জনাই মুখ্যমন্ত্ৰী জেলিয়াঙে ৰাজ্য চৰকাৰৰ ফালৰ পৰা সকলোধৰণৰ সহযোগ আগবঢ়োৱাৰ আশ্বাস দিয়ে।

‘’ৰাজ্যখনত এখন বিশ্ববিদ্যালয় স্থাপন কৰাৰ বাবে কোম্পানীক আমি বাট মুকলি কৰি দিছো। কেৱল ৰাজ্য চৰকাৰেই নহয়, বেচৰকাৰী সংস্থা আৰু সমাজৰ সকলো শ্ৰেণীৰ লোকে এই প্ৰকল্পটোৰ ক্ষেত্ৰতে নহয় লগতে ৰাজ্যখনত বিনিয়োগ কৰিব বিচৰা যিকোনো কোম্পানীকে সহযোগ কৰা উচিত,’’-জেলিয়াঙে কয়।

দ্ৰুতভাৱে বিকশিত উপভোক্তা সামগ্ৰী প্ৰস্তুতকাৰী কোম্পানী পতঞ্জলি আয়ুৰ্বেদ লিমিটেডৰ বাল কৃষ্ণ আচাৰ্যই প্ৰতিশ্ৰুতি দিয়ে যে তেওঁলোকে বিশেষভাৱে সক্ষমসকলৰ বাবে ডিমাপুৰত এখন ১০০ খন বিচনাযুক্ত হস্পিতাল স্থাপন কৰিব আৰু ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ সহযোগত নাগালেণ্ডত এখন বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ আগ্ৰহী। ১০০ খন বিচনাযুক্ত হস্পিতালৰ বাবে তিনিটা স্থান চোৱা হৈছে আৰু তাৰে এটা স্থান বাচনি কৰা হ’ব।

বিশেষভাৱে সক্ষমৰ বাবে মুখ্যমন্ত্ৰীয়ে জনোৱা সম্পূৰ্ণ সহযোগিতাৰ প্ৰতি সহাঁৰি দি বাল কৃষ্ণ আচাৰ্যই প্ৰকল্পটোৰ বাবে তাৎক্ষণিকভাৱে ১০০ কোটি টকা অনুদান আগবঢ়ায়।

অনুষ্ঠানটোত উপস্থিত থকা উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্য সচিব আৰ কে শৰ্মাই নাগালেণ্ডত কলেজ, বিশ্ববিদ্যালয় স্থাপনৰ গুৰুত্ব সম্পৰ্কে বক্তব্য আগবঢ়ায়

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd