• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব নাগালেণ্ড

নাগালেণ্ডবাসীলৈ ইষ্টাৰৰ শুভেচ্ছা ৰাজ্যপালৰ : ‘ঘৃণাতকৈ প্ৰেম সদায় শক্তিশালী, এয়ে যীশুৰ পুনৰজন্মৰ তাৎপৰ্য্য’

NE NOW NEWS এন ই নাও নিউজ
ডিমাপুৰ , March 31, 2018 7:31 pm

1 min read

নাগালেণ্ডবাসীলৈ ইষ্টাৰৰ শুভেচ্ছা ৰাজ্যপালৰ : ‘ঘৃণাতকৈ প্ৰেম সদায় শক্তিশালী, এয়ে যীশুৰ পুনৰজন্মৰ তাৎপৰ্য্য’
85
VIEWS
Share on FacebookShare on Twitter

নাগালেণ্ডৰ ৰাজ্যপাল পি বি আচাৰ্য্যই আজি ৩১ মাৰ্চত ৰাজ্যবাসীক খ্ৰীষ্টান ধৰ্মীয় উৎসৱ ইষ্টাৰৰ শুভেচ্ছা জ্ঞাপন কৰিছে।

শনিবাৰে তেওঁ দিয়া ইষ্টাৰৰ শুভেচ্ছাবাণীত ইষ্টাৰৰ প্ৰকৃত অৰ্থ সোঁৱৰাৰ বাবে খ্ৰীষ্টানপ্ৰধান ৰাজ্যখনৰ ৰাইজক আহ্বান জনায়।

ৰাজ্যপালগৰাকীয়ে কয়, ‘অন্যায়ৰ বিৰুদ্ধে সত্যৰ জয়ে আৰু ঘৃণাতকৈ প্ৰেম সদায় শক্তিশালী এয়ে হ’ল যীশুখ্ৰীষ্টৰ পুনৰ জন্মৰ তাৎপৰ্য্য।’ শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বাবে কাম কৰি যাবলৈ তেওঁ সকলোকে আহ্বান জনায়। ইষ্টাৰ উদযাপনে সকলোৰে মাজত প্ৰেম আৰু ক্ষমাৰ উদ্যম জগাই তুলিব বুলি আচাৰ্য্যই লগতে আশা প্ৰকাশ কৰে।

Recent News

তামুলপুৰৰ দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী

এটি দুর্ভগীয়া পৰিয়াল! লকডাউনৰ মাজতে হোৱা দুৰ্ঘটনাৰ পাছত এক জীয়া জীৱন সংগ্ৰামৰ কাহিনী

a melas

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন আৰু বিদেশী সমস্যা সমাধানৰ দাবীত বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

a melas

ক্ষমতাত নথকা ট্ৰাম্পৰ সৈতে ফটো এখন উঠিবলৈও অনিচ্ছা মেলানিয়াৰ! চাওঁক ভিডিঅ’

couple died corona after celebrating 70th anniversary

মাৰাত্মক কৰ’না! নিজৰ ৭০তম বিবাহবাৰ্ষিকী উদযাপন কৰাৰ পাছতে কৰ’নাত মৃত্যু দম্পতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd