• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব নাগালেণ্ড

নাগালেণ্ডৰ উন্নয়নৰ স্বাৰ্থত বিজেপিক ভোট দিয়ক: নিৰ্মলা সীতাৰমন

এন ই নাও নিউজ by এন ই নাও নিউজ
February 17, 2018 12:53 pm
BJP Nagaland manifesto
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সকলো শ্ৰেণীৰ লোকে উপযুক্ত চাকৰি পাব আৰু ৰাজ্যখনত বিনিয়োগো আহিব। শুকুৰবাৰে নাগালেণ্ডৰ কহিমাত ৰাজ্যিক বিজেপিয়ে আয়োজিত নিৰ্বাচনী ঘোষণা পত্ৰ উন্মোচনী অনুষ্ঠানত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনে এনেদৰে কোৱা দেখা যায়। তেওঁ লগতে কয় যে ৰাজ্যখনৰ সৰ্বাংগীণ উন্নয়নৰ স্বাৰ্থত ৰাজ্যবাসীয়ে বিজেপিক শাসনত অধিষ্ঠিত কৰাটো প্ৰয়োজনীয়।

মন্ত্ৰী সীতাৰমনে সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত কয় যে ৰাজ্যখনত ৰাজনৈতিক স্থিৰতা আৰু উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন অনুষ্ঠিত হোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ।

Apply Now

উল্লেখ্য যে সীতাৰমনে ঘোষণা পত্ৰ উন্মোচনী অনুষ্ঠানত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰা দেখা যায়। তেওঁ কয় যে কংগ্ৰেছে ভোট আহৰণৰ বাবে জাতি-ধৰ্মৰ মাজত ভেদভাব সৃষ্টি কৰি অতি নিকৃষ্ট ৰাজনীতি কৰে। কিন্তু বিজেপি এনে ৰাজনীতিৰ পৰা সদায় আঁতৰত থাকে।

উন্নতমানৰ প্ৰযুক্তিৰ জৰিয়তে ৰাজ্যখনৰ যোগাযোগ ব্যৱস্থা ত্বৰাণ্বিত কৰি তথা স্থানীয় হস্ত নিৰ্মিত সামগ্ৰী সমূহৰ বাবে এখন উপযুক্ত বজাৰ গঢ়ি তোলাৰ ক্ষেত্ৰত জোৰ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।

তেওঁ লগতে কয় যে ৰাজ্যৰ প্ৰত্যেক জিলাতে এই সকলোবোৰ আহৰণ কৰিব পৰা যাব একমাত্ৰ কেন্দ্ৰীয় আঁচনি উৰানৰ জৰিয়তেহে।

আনহাতে নাগালেণ্ডত বিজেপিৰ হৈ নিৰ্বাচনী দায়িত্বত থকা কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে ৰাজ্যখনত বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহৰ লগতে দেশৰ আগশাৰীৰ বিভিন্ন দলীয় নেতাই জনসভাত অংশগ্ৰহণ কৰিব।

নাগালেণ্ড ৰাজ্যিক বিজেপিয়ে জনোৱা অনুসৰি ২০ ফেব্ৰুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুৱেনছাঙত আৰু ২৩ ফেব্ৰুৱাৰিত পাৰ্টী অধ্যক্ষ অমিত শ্বাহে বিজেপিৰ হৈ ৰাজ্যখনত দলীয় সভাত অংশ ল’ব।

ৰিজিজুৱে তাৎপৰ্যমূলক মন্তব্য কৰি কয় যে নাগালেণ্ডৰ জলন্ত সমস্যাসমূহ ইয়াৰ পূৰ্বৰ চৰকাৰবোৰে আজিলৈ কেন্দ্ৰীয় চৰকাৰ তথা দিল্লীত সঠিক ৰূপত উপস্থাপন কৰা নাই। কিন্তু নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা নতুন দিল্লীত উত্তৰ-পূৰ্বাঞ্চলে গুৰুত্ব লাভ কৰিছে।

আনহাতে নাগা সমস্যা সন্দৰ্ভত তাৎপৰ্যমূলক মন্তব্য কৰি ৰিজিজুৱে কয় যে কেন্দ্ৰত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছতহে দীৰ্ঘদিনীয়া নাগা সমস্যাটোৱে এটা সঠিক দিশ লাভ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm
চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

August 22, 2026 3:52 pm
দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd