• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগালেণ্ডৰ দুই বিদ্ৰোহী সংগঠনৰ সৈতে গৃহ মন্ত্ৰ্যালয়ৰ এবছৰলৈ বৃদ্ধি যুদ্ধ বিৰত চুক্তি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 21, 2018 10:03 pm

1 min read

যুদ্ধ
85
VIEWS
Share on FacebookShare on Twitter

নাগালেণ্ডৰ নিষিদ্ধ ঘোষিত দুই বিদ্ৰোহী সংগঠন এন এছ চি এন (কে- এন)আৰু এন এছ চি এন ৰিফামেচন গোটৰ সৈতে ভাৰত চৰকাৰে এবছৰলৈ বৃদ্ধি কৰিছে যুদ্ধ বিৰতি চুক্তি।

২০ এপ্ৰিলত নতুন দিল্লীত দুই বিদ্ৰোহী গোটেৰ সৈতে এই  চুক্তি সম্পাদন কৰা বুলি গৃহ মন্ত্ৰ্যালয়ে আনুষ্ঠানিকভাৱে সদৰী কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰ্যালয়ৰ সূত্ৰৰ পৰা জানিব পৰা মতে চুক্তি অনুসৰি এই যুদ্ধ বিৰতিৰ চুক্তি ২০১৮ৰ ২৪ এপ্ৰিলৰ পৰিৱৰ্তে অহা ২০১৯ চনৰ এপ্ৰিল মাহলৈ বৃদ্ধি কৰা হৈছে।

আনহাতে চুক্তি অনুসৰি এই সময়ছোৱাত নাগালেণ্ডৰ দুই বিদ্ৰোহী সংগঠন এন এছ চি এন (কে- এন)আৰু এন এছ চি এন ৰিফামেচন গোটৰ বিৰুদ্ধে ভাৰত চৰকাৰে কোনো ধৰণৰ সামৰিক অভিয়ান চলাব নোৱাৰিব।

২০ এপ্ৰলিত সংগঠনকেইটাৰ সৈতে এই যুদ্ধ বিৰতি চুক্তিত স্বাক্ষৰ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰ্যালয়ৰ যুটীয়া সচিব সতেন্দ্ৰ গাৰ্গ আৰু এন এছ চি এন দুই গোটেৰ জেক ঝিমমি, ভিনি’হ কিহে আৰু ট’ছি লংকুমাৰে।

Recent News

373268-pm-cares-fund-2

স্বচ্ছতাৰ অভাৱ! পি এম কেয়াৰ্ছ ফাণ্ডক লৈ প্ৰাক্তন আমোলাৰ প্ৰশ্নৰ সন্মুখীন প্ৰধানমন্ত্ৰী মোদী

Bogamati protest

বনভোজস্থলী বগামাটিত মদ বন্ধৰ দাবীত উত্তাল বাঙালীপাৰা চাৰিআলি; ৰাজপথলৈ ওলাই আহিল সহস্ৰাধিক জনতা

natkhat-vidya-1200

অস্কাৰৰ দৌৰত এইবাৰ শ্বৰ্ট ফিল্ম ‘নটখট’; উৎফুল্লিত বিদ্যা বালান

Indane-Chhotu-800x445

ঠিকনাৰ নথি অবিহনেই পোৱা যাব LPGচিলিণ্ডাৰ! কিন্তু কেনেকৈ?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd