DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব নাগালেণ্ড

নাগালেণ্ডৰ প্ৰতিষ্ঠা দিবস উপলক্ষে ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰীৰ শুভেচ্ছা

এন ই নাও নিউজ ব্যুৰো, ডিমাপুৰ : by এন ই নাও নিউজ ব্যুৰো, ডিমাপুৰ :
December 1, 2017 12:06 pm
টি আৰ জেলিয়াং। ফাইল ফটো।

টি আৰ জেলিয়াং। ফাইল ফটো।

176
VIEWS
Share on FacebookShare on Twitter

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙে ১ ডিচেম্বৰৰ ৰাজ্যখনৰ ৫৪ তম প্ৰতিষ্ঠা দিবস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনাইছে। ‘ মই নাগালেণ্ড চৰকাৰৰ হৈ নাগালেণ্ডৰ সমূহ নাগৰিকক ৫৪ তম ৰাজ্য প্ৰতিষ্ঠা দিবসৰ শুভেচ্ছা জনাইছো,’’-মুখ্যমন্ত্ৰীৰ কৰ্যালয়ৰ পৰা প্ৰকাশ কৰা এক বিবৃতিত মুখ্যমন্ত্ৰী গৰাকীয়ে এইদৰে কয়।

ৰাজ্য দিবসৰ বিষয়ে বৰ্ণনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে তদানীন্তন ভাৰতৰ ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনে ১৯৬৩ চনৰ ১ ডিচেম্বৰত কোহিমা স্থানীয় খেলপথাৰত অনুষ্ঠিত এক অনুষ্ঠানত নাগালেণ্ডক ভাৰতৰ ১৬ তম ৰাজ্য হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল। তেওঁ এই দিনটোক  নাগালেণ্ডৰ ৰাজনৈতিক ইতিহাসৰ এটি বিশেষ দিন হিচাপে অভিহিত কৰি ৰাজ্যবাসীক ৰাজ্যখনৰ সমৃদ্ধিত সহযোগ আগবঢ়াবলৈ আহ্বান জনায়।

‘’ আজি আমি নাগালেণ্ডৰ ৰাজ্য প্ৰতিষ্ঠা দিবস পালন কৰাৰ মুহূৰ্তত মই নাগালেণ্ডৰ জনসাধাৰণক নাগালেণ্ডক এখন সমৃদ্ধিশালী ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনাইছো। আজিৰ এই বিশেষ দিনটোত মই নাগালেণ্ডৰ জনসাধাৰণৰ শান্তি সমৃদ্ধি কামনা কৰাৰ লগতে ৰাজ্যখনে এক নতুন দিশলৈ আগবাঢ়ি যোৱাৰ কামনা কৰলো।‘’

Recent News

Odisha train accident

উৰিষ্যাৰ শোকাৱহ ৰে’ল দুৰ্ঘটনা: চিবিআই তদন্ত আহ্বান ৰে’ল মন্ত্ৰালয়ৰ

'Yamuna Jiye Abhiyan' Manoj Misra

‘যমুনা জিয়ে অভিযান’ ৰ মূল হোতা পৰিৱেশকৰ্মী মনোজ মিশ্ৰৰ মৃত্যু

Under construction bridge collapse

উন্নয়নৰ নমুনা! খহি পৰিল ১,৭০০ কোটি টকীয়া নিৰ্মীয়মান দলং

Manipur Violence

হিংসাজৰ্জৰ মণিপুৰ: তদন্তৰ বাবে তিনিজনীয়া কমিটী গঠন কেন্দ্ৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd