• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগালেণ্ডৰ বনাঞ্চলসমূহত জীৱকূলৰ ওপৰত চাপ বৃদ্ধি পাইছে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 18, 2017 8:45 am
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগালেণ্ডৰ বন বিভাগে দেওবাৰে জাৰি কৰা এখন গোহাৰি পত্ৰত ৰাজ্যখনৰ বন্যপ্ৰানীসমূহ সংৰক্ষণৰ বাবে সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে।

নাগালেণ্ডৰ বন বিভাগৰ বন্যপ্ৰানী শাখাৰ প্ৰধান মুখ্য বন সংৰক্ষক সত্য প্ৰকাশ ত্ৰিপাঠিয়ে এক বিবৃতিত কয় যে সময়ৰ লগে লগে জনসংখ্যা বৃদ্ধিৰ কাৰণে বনাঞ্চলসমূহত তাৎপৰ্যপূৰ্ণ ভাৱে জীৱকূলৰ ওপৰত চাপ বৃদ্ধি পাইছে।

Apply Now

পৰিৱেশ সুৰক্ষাৰ লগতে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত বনাঞ্চলসমূহে বিশেষ ভূমিকা পালন কৰি আহিছে। মানুহ আৰু জীৱ-জন্তু সকলোৱে প্ৰত্যক্ষ বা পৰোক্ষভাৱে বনাঞ্চল ওপৰত নিৰ্ভৰ কৰে। ত্ৰিপাঠিয়ে উল্লেখ কৰে যে নাগালেণ্ডত বনাঞ্চলৰ ৮৮.৩ শতাংশ ব্যক্তি বা সম্প্ৰদায়ৰ নিয়ন্ত্ৰণত থকাৰ বিপৰীতে বাকী ১১.৭ শতাংশ বনাঞ্চলহে চৰকাৰৰ নিয়ন্ত্ৰণত আছে।

চৰকাৰে স্বীকাৰ কৰিছে যে ব্যক্তিগত বনাঞ্চলসমূহৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত চৰকাৰৰ অতি সীমিত নিয়ন্ত্ৰণৰ ভূমিকাহে ৰৈছে। ‘’অতীজৰে পৰা ৰাজ্যখনৰ প্ৰশাসন আৰু জনসাধাৰণে সামুহিক বনাঞ্চলসমূহৰ সংৰক্ষণ আৰু তদাৰকৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি আহিছে। ৰাজ্যখনত বনাঞ্চল তথা বন্যপ্ৰানী সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰৰ তুলনাত সম্প্ৰদায়ে বৃহৎ ভূমিকা পালন কৰি আহিছে,’’ – ত্ৰিপাঠিয়ে কয়।

প্ৰধান মুখ্য বন সংৰক্ষকগৰাকীয়ে কয় যে বন্যপ্ৰানীৰ অৱস্থিতি একন ভাল বনাঞ্চলৰ বাবে উত্তম সূচক আৰু একেদৰে ইয়াত পোৱা পৰ্যাপ্ত গছ-গছনি, খৰি, ঔষধি গছসমূহ মানুহৰ বাবে উপযোগী। অতি তাৎপৰ্যপূৰ্ণ ভাৱে অতীজৰে পৰা পৰম্পৰাগতভাৱে নাগালেণ্ড এখন চিকাৰীৰ ৰাজ্য হিচাপে পৰিচিত যদিও তেওঁ কয় যে বৰ্তমান জনসাধাৰণে বন্যপ্ৰানীৰ সুৰক্ষাৰ বাবে আগবাঢ়ি আহিছে আৰু তেওঁলোকে বন্য জন্তু উদ্ধাৰ কৰি আৰু বন্যজন্তু আৰু চ’ৰাই দান কৰিছে যিবোৰ ৰঙা পাহাৰৰ থকা নাগালেণ্ড জুলজিকেল পাৰ্ক আৰু কোহিমাৰ ট্ৰেগপান প্ৰজনন কেন্দ্ৰত ৰখা হৈছে।

বন বিভাগৰ তৰফৰ পৰা পি চি চি এফ গৰাকীয়ে জনসাধাৰণ, চৰকাৰী বিষয়া, গাওঁ পৰিষদ,সেনা আৰু অৰ্দ্ধ সামৰিক বাহিনীৰ বিষয়া, ছাত্ৰ-ছাত্ৰী,বেচৰকাৰী সংস্থা আৰু অন্যান্য সংশ্লিষ্ট পক্ষক বন্যপ্ৰানীৰ সুৰক্ষাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে।

তেওঁ লগতে গাওঁ পৰিষদসমূহক চিকাৰৰ ক্ষেত্ৰত সময়কালীন নিষিদ্ধকৰণৰ বিপৰীতে গোটেই বছৰটোৰ বাবে বন্যজন্তুৰ চিকাৰ নিষিদ্ধ কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

July 3, 2026 4:58 pm
 শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: বিদ্যালয়ৰ ৫০০ মিটাৰ ব্যসাৰ্ধত নিষিদ্ধ এনাৰ্জি ড্ৰিংক আৰু নিচাজাতীয় সামগ্ৰী  

 শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: বিদ্যালয়ৰ ৫০০ মিটাৰ ব্যসাৰ্ধত নিষিদ্ধ এনাৰ্জি ড্ৰিংক আৰু নিচাজাতীয় সামগ্ৰী  

July 3, 2026 4:25 pm
ধ্ৰুৱ ৰাঠীৰ ভগৱান ৰাম-সীতা সম্পৰ্কীয় বিতৰ্কিত ভিডিঅ’ আঁতৰোৱাক লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

ধ্ৰুৱ ৰাঠীৰ ভগৱান ৰাম-সীতা সম্পৰ্কীয় বিতৰ্কিত ভিডিঅ’ আঁতৰোৱাক লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

July 3, 2026 4:11 pm
বিতৰ্কিত ভিডিঅ’ ডিলিট কৰিব লাগিব ধ্ৰুৱ ৰাথীয়ে : নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

বিতৰ্কিত ভিডিঅ’ ডিলিট কৰিব লাগিব ধ্ৰুৱ ৰাথীয়ে : নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

July 3, 2026 3:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

July 3, 2026 4:58 pm
 শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: বিদ্যালয়ৰ ৫০০ মিটাৰ ব্যসাৰ্ধত নিষিদ্ধ এনাৰ্জি ড্ৰিংক আৰু নিচাজাতীয় সামগ্ৰী  

 শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: বিদ্যালয়ৰ ৫০০ মিটাৰ ব্যসাৰ্ধত নিষিদ্ধ এনাৰ্জি ড্ৰিংক আৰু নিচাজাতীয় সামগ্ৰী  

July 3, 2026 4:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd