DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগালেণ্ডৰ ভিতৰত ডিমাপুৰত এইচ আই ভি ৰোগীৰ সংখ্যা সৰ্বাধিক ৮৫১৪ গৰাকী

এন ই নাও নিউজ ব্যুৰো, ডিমাপুৰ: by এন ই নাও নিউজ ব্যুৰো, ডিমাপুৰ:
December 2, 2017 11:00 am
নাগালেণ্ডৰ ভিতৰত ডিমাপুৰত এইচ আই ভি ৰোগীৰ সংখ্যা সৰ্বাধিক ৮৫১৪ গৰাকী
149
VIEWS
Share on FacebookShare on Twitter

১৯৯৯ চনৰ জানুৱাৰীৰ পৰা মাৰ্চ ২০১৭ ৰ ভিতৰত নাগালেণ্ডত মুঠতে ২১,৩৮১ গৰাকী এইচ আই ভি পজিটিভ ব্যক্তি পৰীক্ষাত ধৰা পৰিছে। নাগালেণ্ড এইডছ নিয়ন্ত্ৰন সমিতিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনৰ ১১ খন জিলাৰ ভিতৰত ২০০৬চনৰ পৰা মাৰ্চ ২০১৭ ৰ ভিতৰত ডিমাপুৰত সৰ্বাধিক ৮৫১৪ গৰাকী এইচ আই ভি পজিটিভ ব্যক্তি পোৱা গৈছে। ইয়াৰ বিপৰীতে কোহিমা আৰু টুৱেনচাঙত ক্ৰমে ২৯৫৯ আৰু ২৫৮৮ গৰাকী ব্যক্তি পজিটিভ পোৱা গৈছে।

এইচ আই ভি পজিটিভ ব্যক্তিৰ তালিকাত ২৫ ৰপৰা ৩৪ বছৰ বয়সৰ ব্যক্তিয়ে সৰ্বাধিক। তদুপৰি ২০১৭ ৰ এপ্ৰিলৰ পৰা ছেপ্টম্বৰলৈকে ডিমাপুৰত ২৫ ৰপৰা ৩৪ বছৰ বয়সৰ ভিতৰৰ ৩০ গৰাকী এইচ আই ভি পজিটিভ ব্যক্তি পোৱা গৈছে। এইচ আই ভি সংক্ৰমণৰ ক্ষেত্ৰত যৌন সম্পৰ্কৰ জৰিয়তে ৯০ শতাংশ আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে।

অসমৰ সীমান্তত অৱস্থিত নাগালেণ্ডৰ এই বাণিজ্যক চহৰ ডিমাপুৰত এইচ আই ভি সংক্ৰমণৰ এনে বাতৰিয়ে স্বাভাৱিকতে চুবুৰীয়া ৰাজ্যখনৰ বাবেও ভাবুকিৰ সৃষ্টি কৰিছে।

 

Recent News

মানৱকেন্দ্ৰিক বিকাশত গুৰুত্ব দিয়ক, বানগ্ৰস্ত লোকক উদ্ধাৰ কৰক,অমানৱীয় উচ্ছেদ বন্ধ কৰক:অসম নাগৰিক সমাজ

মানৱকেন্দ্ৰিক বিকাশত গুৰুত্ব দিয়ক, বানগ্ৰস্ত লোকক উদ্ধাৰ কৰক,অমানৱীয় উচ্ছেদ বন্ধ কৰক:অসম নাগৰিক সমাজ

Rajya Sabha Secretariat

দুবছৰ বিৰতিৰ পাছত ৰাজ্যসভা সচিবালয়ত উপস্থিতিৰ প্ৰামাণিকৰ বাবে পুনৰ বায়োমেট্ৰিক পদ্ধতি

কোভিডে সৃষ্টি কৰা দুখন ছবি: প্ৰতি ৩০ ঘণ্টাত এজনকৈ লোক হৈছে কোটিপতি!

কোভিডে সৃষ্টি কৰা দুখন ছবি: প্ৰতি ৩০ ঘণ্টাত এজনকৈ লোক হৈছে কোটিপতি!

বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ; শিৱসাগৰত প্ৰতিবাদত নামিল আছু

বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ; শিৱসাগৰত প্ৰতিবাদত নামিল আছু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd