• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

নাগালেণ্ডৰ সদ্যসমাপ্ত উপ-নিৰ্বাচনত প্ৰাপ্ত ভোটৰ হাৰক লৈ শাসক, বিৰোধী উভয়েই উৎসাহী

ভদ্ৰ গগৈ by ভদ্ৰ গগৈ
June 3, 2018 7:43 pm
nagaland-lok-sabha
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদ্যসমাপ্ত নাগালেণ্ডৰ  উপ-নিৰ্বাচনত তেওঁলোকৰ ভোটৰ অংশীদাৰিত্বৰ বিষয়ত শাসনাধিষ্ঠ নেশ্যনেলিষ্ট ডেমক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি (এনডিপিপি) আৰু  বিৰোধী নাগা পীপ্‌ল’ছ ফ্ৰণ্ট দুয়োটা দলেই নিজৰ নিজৰ পক্ষত  ভোটৰ হাৰক লৈ উৎসাহ ব্যক্ত কৰিছে।

বিজেপিৰ সহযোগী এনডিপিপিৰ প্ৰাৰ্থী টোলহেহো য়েপথোমিয়ে যোৱা ২৮ মে’ত সম্পন্ন হোৱা উপ-নিৰ্বাচনত কংগ্ৰেছৰ সমৰ্থনৰ এনপিএফৰ প্ৰাৰ্থীজনক পৰাস্ত কৰিছিল। মে’ৰ ৩১ তাৰিখে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছিল।

Apply Now

ফেব্ৰুৱাৰিৰ বিধানসভা নিৰ্বাচনৰ পাছত এনডিপিপি আৰু বিজেপিয়ে নেশ্যনেল পীপ্‌ল’ছ পাৰ্টিৰ দুগৰাকী বিধায়ক, জেডি(য়ু)ৰ এগৰাকী বিধায়ক আৰু নিৰ্দলীয় বিধায়কসহ পীপ্‌ল’ছ ডেমক্ৰেটিক এলায়েঞ্চ গঠন কৰি নাগালেণ্ডত চৰকাৰ গঠন কৰিছিল।

নাগালেণ্ড মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ উদ্ধৃতি দি এনডিপিয়ে এটা বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছিল যে পিডিএৰ সমৰ্থনৰ প্ৰাৰ্থী য়েপথোমিয়ে মুঠ ১০,১৮,৬৫৮ ভোটৰ ৫,৯৪,২০৫ টা ভোট লাভ কৰিছিল।

আনহাতে, এনপিএফে তেওঁলোকৰ প্ৰতি ভোটাৰৰ আস্থা বাঢ়িছে বুলি দাবী কৰে।

এনডিপিপিয়ে নাগালেণ্ডৰ জনসাধাৰণলৈ কৃতজ্ঞতা প্ৰকাশ কৰে।

এনডিপিপিয়ে এটা বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে যে বিৰোধী দলৰ সাতগৰাকী কাৰ্যবাহী প্ৰতিনিধি এনডিপিপি আৰু বিজেপিৰ মিত্ৰজোঁটে ক্ষমতালৈ অহাৰ দুমাহৰ ভিতৰতেই সফলতা লাভ কৰিছে।

এনডিপিপিৰ বিজ্ঞপ্তিটোত আৰু কোৱা হৈছে যে বিগত নিৰ্বাচনত এনডিপিপি-বিজেপিৰ মিত্ৰজোঁটে যুটীয়াভাৱে মুঠ ৪,০৮,০৫৬ টা ভোট (৪০.৫১শতাংশ) লাভ কৰাৰ বিপৰীতে ৫৮খন আসনত প্ৰতিদ্বন্দ্বিতা কৰা এনপিফে মাত্ৰ ৩,৮৯,৬৮৭ (৩৮.৬৯শতাংশ) ভোট লাভ কৰিছিল।

এনডিপিপিয়ে আৰু কৈছে যে জনসাধাৰণে পিডিএলৈ আগবঢ়োৱা জনাদেশক অৱমূল্য কৰিবলৈ অহোপুৰুষাৰ্থ কৰিব।

এনপিএফৰ মুখপাত্ৰ কিকনে দৃঢ়তাৰে কয় যে তেওঁলোকে জনাদেশ নতমস্তকেৰে গ্ৰহণ কৰিছে। তেওঁলোক পৰাস্ত হৈছে যদিও শেষ হৈ যোৱা নাই।

ভদ্ৰ গগৈ

ভদ্ৰ গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

June 13, 2026 4:59 pm
‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd