DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব নাগালেণ্ড

নাগালেণ্ডৰ ৰাজ্যপালে ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি কৰিলে ‘মাই নৰ্থ-ইষ্ট এপ’

এন ই নাও নিউজ by এন ই নাও নিউজ
March 16, 2018 7:36 pm
app-570x320
63
VIEWS
Share on FacebookShare on Twitter

নাগালেণ্ডৰ ৰাজ্যপাল পি বি আচাৰ্যই জাখামাস্থিত ছেইণ্ট জোছেফ মহাবিদ্যালয়ত আজি আনুষ্ঠানিকভাৱে মুকলি কৰে ‘মাই নৰ্থ-ইষ্ট এপ’ । এতিয়াৰে পৰা মাই নৰ্থ-ইষ্ট এপৰ জৰিয়তে সকলো ধৰণৰ নিয়োগ সম্পৰ্কীয় বা-বাতৰি, শিক্ষা সম্বন্ধীয় বাতৰিৰ লগতে অন্যান্য খবৰো লাভ কৰিব পৰা যাব।

এপ মুকলি অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যপাল আচাৰ্যই কয় যে এখন দেশৰ উন্নয়ন সাধন কৰিবৰ বাবে শিক্ষাৰ সৱলীকৰণ কৰাতো অতিশয় প্ৰয়োজনীয়।

উক্ত অনুষ্ঠানতে ৰাজ্যপাল আচাৰ্যই নৰেন্দ্ৰ মোডীৰ বিবৃতি ‘পৰম্পৰাগত বহু ডিগ্ৰীধাৰী যুৱক-যুৱতীৰ এতিয়া চাকৰি নাই’ উল্লেখ কৰি এই প্ৰসংগত তেওঁ আশা ব্যক্ত কৰি কয় যে আজি মুকলি কৰা এই এপটোৱে ভৱিষ্যতত যুৱক-যুৱতীসকলক সকলো ধৰণৰ প্ৰয়োজনীয় তথ্য লাভ কৰিব পাৰিব।

উচ্চ শিক্ষাৰ সঞ্চালক কুহলি ছিচিয়ে তেওঁৰ ভাষণ প্ৰসংগত কয় যে- এই এপটোৰ জৰিয়তে নিবনুৱা যুৱক-যুৱতীসকলে শেহতীয়া সকলো ধৰণৰ নিয়োগ সম্পৰ্কীয় বা-বাতৰি লাভ কৰাৰ লগতে এই এপটোৰ সঠিক ব্যৱহাৰ কৰি নিজৰ মান উন্নীত কৰিব পাৰিব।

ইয়াৰ উপৰি এই এপটোৰ জৰিয়তে সকলো ছাত্ৰ-ছাত্ৰীয়ে সম্পূৰ্ণ লাভা লাভ গ্ৰহণ কৰিব পাৰিব বুলি সঞ্চালক ছিচিয়ে উল্লেখ কৰে।

মাই নৰ্থ-ইষ্ট এপৰ চি ই ও প্ৰকাশে এপটো সম্পৰ্কে বিশ্লেষণ দাঙি ধৰি উল্লেখ কৰে যে উত্তৰ-পূবৰ বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে উপযুক্ত তথ্যৰ অভাৱৰ বাবে বহুতো সুযোগ হেৰুৱায়। এই এপটোৱে চৰকাৰী চাকৰি, কৰ্প’ৰেট খণ্ডৰ চাকৰি, ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰৱেশ পৰীক্ষা, স্কলাৰশ্বীপ আদিৰ সম্পূৰ্ণ তথ্য প্ৰদান কৰিব বুলিও চি ই ও গৰাকীয়ে প্ৰকাশ কৰে।

ইয়াৰ উপৰি তেওঁ আৰু জানিবলৈ দিয়ে যে সকলো তথ্য সংগ্ৰহ তথা ছাত্ৰ-ছাত্ৰীসকলৰ যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ এই এপটোৰ এটা কল চেণ্টাৰো থাকিব।

Recent News

গুৱাহাটীত ভাৰাতীয়াই দাৰে ঘপিয়াই হত্যা কৰিলে ঘৰৰ মালিকক

গুৱাহাটীত ভাৰাতীয়াই দাৰে ঘপিয়াই হত্যা কৰিলে ঘৰৰ মালিকক

গুৱাহাটীত বিপদসীমা অতিক্ৰমৰ দিশে ব্ৰহ্মপুত্ৰৰ জলস্তৰ, শংকিত নৈপৰীয়া ৰাইজ

গুৱাহাটীত বিপদসীমা অতিক্ৰমৰ দিশে ব্ৰহ্মপুত্ৰৰ জলস্তৰ, শংকিত নৈপৰীয়া ৰাইজ

ঠিকাদাৰলৈ বাট নাচাই গাঁঠিৰ ধন ভাঙি কোটিটকীয়া আৱন্টিত চটাই চিনাতলী পথ মেৰামতিত নামিল ৰাইজ

ঠিকাদাৰলৈ বাট নাচাই গাঁঠিৰ ধন ভাঙি কোটিটকীয়া আৱন্টিত চটাই চিনাতলী পথ মেৰামতিত নামিল ৰাইজ

New case against Lalu Prasad Yadav

পুনৰ দুৰ্নীতিৰ গোচৰত সাঙোৰ খালে লালু প্ৰসাদ যাদৱ: চি বি আইৰ গোচৰত অভিযুক্ত লালুৰ পৰিয়ালৰ সদস্যও

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd