DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব নাগালেণ্ড

নাগালেণ্ডৰ ৰাস্তা-ঘাটৰ উন্নয়নৰ বাবে গুৰুত্ব আৰোপ উপমুখ্য মন্ত্ৰী ৱায় পেটনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 7, 2018 10:54 am
Nagaland deputy cm y pattopn
106
VIEWS
Share on FacebookShare on Twitter

‘অনাগত দিনত নাগালেণ্ডৰ ৰাস্তা-ঘাটৰ উন্নয়ন তথা ইয়াৰ ৰক্ষণাবেক্ষণ দিয়াটোৱে হ’ব মোৰ প্ৰধান কৰ্তব্য’, শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত এনেদৰে কোৱা পৰিলক্ষিত হয় ৰাজ্যখনৰ উপমুখ্য মন্ত্ৰী ৱায় পেটনে।

ৰাজ্যৰ পথ সমূহৰ দুৰৱস্থা সম্পৰ্কে পেটনে উদ্বেগ প্ৰকাশ কৰি কয় যে পথৰ উন্নয়ন কেবল কিছু ঠাইতে সীমাবদ্ধ নাথাকে বৰঞ্চ সমগ্ৰ ৰাজ্যতে পথ উন্নয়নৰ কাম কৰা হ’ব।

ইয়াৰ উপৰি তেওঁ পথ মেৰামতি তথা নিৰ্মাণ কাৰ্যত সকলো লোককে সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনোৱাৰ লগতে ভূমি অধিগ্ৰহণৰ বাবে কোনো লোককে বাধাৰ সৃষ্টি নকৰিবলৈও অনুৰোধ জনায়।

নাগালেণ্ডৰ উপমুখ্য মন্ত্ৰীৰূপে অধিষ্ঠিত কৰোৱা বাবে পেটনে ৰাজ্যৰ মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’ক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে লোঠা নাগা সম্প্ৰদায়ৰ কোনো লোকে প্ৰথমবাৰৰ বাবে এনে গুৰু দায়িত্ব লাভ কৰা বুলিও তেওঁ মন্তব্য কৰে।

আনহাতে ভাৰতীয় জনতা পাৰ্টী চমুকৈ বিজেপি কোনো ধৰ্মৰ বিৰুদ্ধে ৰাজনীতি নকৰে বুলি তাৎপৰ্যমূলক মন্তব্য কৰি নাগা খ্ৰীষ্টান ধৰ্মালম্বী লোক সকলক শাষনাধিষ্ঠ চৰকাৰখনৰ ওপৰত বিশ্বাস ৰাখিবলৈ আহ্বান জনায়।

উপমুখ্য মন্ত্ৰী পেটনে শুকুৰবাৰে নিজ বাসগৃহ ৱখাত আয়োজিত এক অনুষ্ঠানত এনেধৰণে মন্তব্য কৰা দেখা যায়।

Recent News

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd