• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব নাগালেণ্ড

সৰ্বাধিক বনৰীয়া হাতীৰ ঘনত্ব থকা তালিকাত কৰ্ণাটকৰ পাছতেই নাগালেণ্ডৰ ৱখা জিলা : এই দাবী জিলা ডি এফ অ’ৰ

NE NOW NEWS এন ই নাও নিউজ
ডিমাপুৰ , April 5, 2018 6:56 pm

2 min read

Elephants-570x320
83
VIEWS
Share on FacebookShare on Twitter

প্ৰতি বৰ্গ কিলোমিটাৰত সৰ্বাধিক বনৰীয়া হাতীৰ ঘনত্ব থকা তালিকাত কৰ্ণাটকৰ পাছতেই আছে নাগালেণ্ডৰ ৱখা জিলা । ৰাজ্যখনৰ মুঠ বনৰীয়া হাতীৰ দুই-তৃতীয়াংশই পোৱা যায় ৱখা জিলাৰ বনাঞ্চলত।

নতুন দিল্লীৰ পৰা অহা কেন্দ্ৰীয় আন্তঃ মন্ত্ৰণালয়ৰ এটা প্ৰতিনিধি দলে ৰাজ্যখনত বৃদ্ধি পোৱা হাতী-মানুহৰ সংঘাটৰ বিষয়ে বুজ লোৱাৰ উদ্দেশ্যে ৱখা জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ লগত বৃহস্পতিবাৰে জিলাখনৰ উপায়ুক্তৰ সভাগৃহত এক আলোচনাত মিলিত হয়। আৰু এই আলোচনাৰ পাছতেই উক্ত কথা সদৰী কৰে জিলাখনৰ ডিএফঅ’ জুথুংলো পেটনে।

গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব(ন্যায়িক) ভিবি ডুবেৰ নেতৃত্বত অহা চাৰিজনীয়া কেন্দ্ৰীয় প্ৰতিনিধি দলটোৱে ২০১৭ চনত ৱখা জিলাত হোৱা বানপানী আৰু ভূমিস্খলনত বিধ্বস্ত হোৱা অঞ্চল সমূহ পৰিভ্ৰমণ কৰি ক্ষয়-ক্ষতিৰ বুজ লয়।

ৱখা জিলাৰ উপায়ুক্ত আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অধ্যক্ষ ড০  মনাজিৰ জিলানী চামুনে প্ৰতিনিধি দলটোৰ আগত জিলাখনৰ বিভিন্ন সমস্যাৱলীৰ বিষয়ে প্ৰতিনিধি দলটোক অৱগত কৰোৱায়। তেওঁ লগতে জিলাখনত বৃদ্ধি পোৱা জন্তু-মানুহৰ সংঘাতে গাম্যাঞ্চল লোকৰ খেতি বাতি বিনষ্ট কৰা বুলিও জনায়। এই সমূহ ৰোধ কৰাৰ বাবে কিবা ব্যৱস্থা ল’বলৈ আহ্বান জনায় কেন্দ্ৰীয় প্ৰতিনিধি দলটোক।

আনহাতে জিলাখনৰ ডিএফঅ’ পেটনে বনৰীয়া জন্তুই বিনষ্ট কৰা খেতি-বাতি, ঘৰ-দুৱাৰৰ লগতে মূল্যবান সম্পদ, মৃত্যু মুখত পৰা মানুহৰ পৰিয়াললৈ ক্ষতিপূৰণ আদায় দিয়াৰ বাবে প্ৰতিনিধি দলটোৰ ওচৰত পৰামৰ্শ আগবঢ়ায়।

Recent News

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

a mime

ইউটিউব লাইভ আৰু ফেচবুক লাইভ যোগে পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় ভাৰ্চুৱেল মূকাভিনয় মহোৎসৱ

aaa rrrr

তিনি বছৰ ধৰি ৪৪ জন আত্মীয়ই ধৰ্ষণ কৰিলে কিশোৰীক, ক’ত ঘটিছে এই পাশৱিক ঘটনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd