DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগালেণ্ডৰ ৱাখা জিলাত পাহাৰ খহি নিহত অসমৰ তিনিজন যুৱকৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 4, 2018 9:23 pm
নাগালেণ্ডৰ ৱাখা জিলাত পাহাৰ খহি নিহত অসমৰ তিনিজন যুৱকৰ
142
VIEWS
Share on FacebookShare on Twitter

নাগালেণ্ডৰ ৱাখা জিলাত সংঘটিত এক ঘটনাত অসমৰ তিনিজন যুৱকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে ৱাখা জিলাত অসমৰ ৫ জন যুৱকে কেব’লৰ কাম কৰি থকা অৱস্থাত এস্কেভেটৰসহ পাহাৰৰ মাটি খহি পৰে। যাৰ ফলত তিনিজন যুৱকে ঘটনাস্থলীতে মৃত্যুক আঁকোৱালি লোৱাৰ লগতে বাকী দুজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

নিহত যুৱক কেইজনক ক্ৰমে আম্ৰাজুল ইছলাম, মনিৰুদ্দিন আৰু হজৰত আলী বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। আৰু নিহত তিনিওজনে মৰিগাঁৱৰ বুলি জানিব পৰা গৈছে।

আনহাতে আঘাতপ্ৰাপ্ত যুৱকদ্বয়ক আবুল হুছেইন আৰু ছহিদুল ইছলাম চিনাক্ত কৰা হৈছে। আঘাতপ্ৰাপ্ত যুৱকদ্বয়ক বৰ্তমান চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।

Recent News

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

HSLC result HS result

জুন মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ দাবী আছুৰ

Dawood Ibrahim is in Karachi

ক’ত আছে আণ্ডাৰৱৰ্ল্ডৰ কুখ্যাত সম্ৰাট ডাউদ ইব্ৰাহিম! নিজ ভাগিনৰ ভাষ্যত বিস্ফোৰক তথ্য

Punjab CM Mann Sacks A Minister For Corruption

দুৰ্নীতিৰ অভিযোগ: নিজ কেবিনেটৰ স্বাস্থ্য মন্ত্ৰীক বৰ্খাস্ত কৰিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে, গ্ৰেপ্তাৰ অভিযুক্ত মন্ত্ৰী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd