DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

নাগালেণ্ড নিৰ্বাচনত মুঠ ১৯৫ৰ ১০০ গৰাকী প্ৰাৰ্থীয়েই কোটিপতি : ৩৮ কোটি টকাৰে শীৰ্ষত বিজেপিৰ চেছি

এন ই নাও নিউজ by এন ই নাও নিউজ
February 18, 2018 10:30 pm
nagaland-gate
151
VIEWS
Share on FacebookShare on Twitter

নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ ১৯৫ গৰাকী প্ৰাৰ্থীৰ ১০০ গৰাকীয়েই কোটিপতি।

২৭ ফেব্ৰুৱাৰিত হ’ব লগা নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগক দাখিল কৰা শপতনামাৰ যোগেদি এই তথ্য পোহৰলৈ আহিছে।

ৰাজ্যখনত আপ আৰু এলজেপি দলৰ কোনো কোটিপতি প্ৰাৰ্থী নথকাৰ বিপৰীতে এন পি এফ দলত সৰ্বাধিক ৪১ আৰু এন দি পি পিৰ আছে ২২ গৰাকী কোটিপতি প্ৰাৰ্থী।

২০১৩ চনৰ নিৰ্বাচনত ৰাজ্যখনত মুঠ প্ৰাৰ্থীৰ ভিতৰত কোটিপতিৰ সংখ্যা ৪৬.৮% হোৱাৰ বিপৰীতে এইবাৰ নিৰ্বাচনত ইয়াৰ পৰিমাণ ৪.৪% বাঢ়ি হ’লগৈ ৫১.২%।

১০০ গৰাকী কোটিপতিৰ ভিতৰত ১৩ গৰাকীৰ সম্পত্তিৰ পৰিমাণ ১০ কোটি টকাৰ অধিক।

মুঠ ৩৮১৬৬৮৪৫৫ টকাৰ সম্পত্তিৰে ৰাজ্যখনৰ সকলোতকৈ ধনী প্ৰাৰ্থী হৈছে আত’ইজু সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী কে’ এল চেছি।

শপতনামাত উল্লেখ থকা অনুসৰি চিছিৰ আয়ৰ উৎস কৃষি আৰু ৰবৰ খেতি।

চিছিৰ পিছতে ২৮১৪৭৫৮৬৭ টকাৰ সম্পত্তিৰে কোটিপতিৰ তালিকাত দ্বিতীয় স্থানত আছে প্ৰাক্তন মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’। ৰিঅ’ এন দি পি পি দলৰ মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী। তেওঁৰ আয়ৰ উৎস সাংসদ হিচাপে পোৱা দৰ্মহা আৰু অন্যান্য সুবিধা, ঘৰ ভাৰা, সুদ আৰু কৃষি।

বৰ্তমানৰ মুখ্য মন্ত্ৰী তি আৰ জেলিয়াঙৰ মুঠ সম্পত্তিৰ পৰিমাণ ৩১৮৮৪৮৫৫ টকা।

প্ৰাক্তন গ্ৰামোন্নয়ন মন্ত্ৰী চি এল জনৰ সম্পত্তিৰ পৰিমাণ ১৪৩০০৩৯১৪ টকা।

কোটিপতিৰ তালিকাত নোসোমোৱা নাগালেণ্ডৰ প্ৰবীন বিধায়ক তথা স্বাস্থ্য মন্ত্ৰী ইমকং ইমচেনৰ ঘোষিত সম্পত্তিৰ পৰিমাণ ৯৮৮১৭৫০ টকা।

প্ৰাক্তন গৃ্হ মন্ত্ৰী ৱাই পাতনৰ সম্পত্তি ৯৯৩৯৬৫০ টকা, কোটিপতি হ’বলৈ কমিল ৬০ হাজাৰ টকা।

Recent News

Lizard in cold drink in McDonald’s outlet

শীতল পানীয়ৰ গিলাচত ওলাল জেঠী: পৌৰ নিগমে ছীল কৰিলে বিলাসী মেকড’নাল্ডছৰ বিপনী

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

অসমত ধাবা ব্যৱসায়ৰ বাটকটীয়া সমাজকৰ্মী জৰ্জ বৰদলৈৰ মৃত্যুত শোকৰ ছাঁ

অসমত ধাবা ব্যৱসায়ৰ বাটকটীয়া সমাজকৰ্মী জৰ্জ বৰদলৈৰ মৃত্যুত শোকৰ ছাঁ

Russia-Ukraine war

যুদ্ধ অপৰাধৰ বিচাৰত ৰুছ সৈন্যক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে ইউক্ৰেইনৰ আদালতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd