• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

নাগালেণ্ড নিৰ্বাচনৰ গেজেট অধিসূচনা জাৰি কৰিলে মুখ্য সচিবে

NE NOW NEWS এন ই নাও নিউজ
ডিমাপুৰ , January 31, 2018 7:40 pm

2 min read

nagaland

প্ৰতিনিধিত্বমূলক ছবি

79
VIEWS
Share on FacebookShare on Twitter

নাগা জাতীয় সংগঠনসমূহৰ ভাবুকি সত্বেও আজি ৰাজ্যখনৰ মুখ্য সচিবে  ২৭ ফেব্ৰুৱাৰিত হ’ব লগা নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ বাবে গেজেট অধিসূচনা জাৰি কৰিছে।

উল্লেখযোগ্য যে নাগা হোহো আৰু নাগা নাগৰিক সংগঠন (Core Committee of Nagaland Tribal Hohos and Civil Organisations) সমূহে ৰাজ্যখনত নিৰ্বাচনী অধিসূচনা জাৰি কৰিলে ১ ফেব্ৰুৱাৰিত নাগালেণ্ড বন্ধৰ ভাবুকি দিছিল।

মুখ্য সচিবৰ নিৰ্দেশত কোৱা হৈছে যে জনপ্ৰতিনিধিত্ব আইনৰ ১৫ ধাৰাৰ ২ উপ ধাৰাৰ অধীনত ভাৰতৰ নিৰ্বাচন আয়োগৰ পৰামৰ্শ অনুসৰি নাগালেণ্ডৰ ৰাজ্যপালে ৰাজ্যৰ সকলো সমষ্টিকে বিধায়ক নিৰ্বাচনৰ বাবে আহ্বান জনাইছে।

নাগালেণ্ডৰ ৰাজ্যপালৰ নাম আৰু নিৰ্দেশত মুখ্য সচিবে এই অধিসূচনা জাৰি কৰিছে।

ইফালে নাগালেণ্ডৰ শ্বাসৰুদ্ধকৰ ৰাজনৈতিক পৰিস্থিতি এতিয়াও অব্যাহত আছে।

নাগা সমূহীয়া জীৱনৰ সৰ্বোচ্চ জাতীয় সংগঠন নাগা  হোহোকে ধৰি  বিভিন্ন নাগা সংগঠনে কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুত নাগা চুক্তি নিৰ্বাচনৰ পূৰ্বেই ঘোষণা কৰাৰ বাবে ‘Solution before Election’ আহ্বান দিছিল।

এই আহ্বানৰ পিছতে ৰাজ্যখনত থকা ৰাজ্যিক আৰু সৰ্বভাৰতীয় সকলো ৰাজনৈতিক দলে আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লৈ এক যৌথ ঘোষণাপত্ৰত চহী কৰিছিল।

আনহাতে বিজেপিয়ে ঘোষণাপত্ৰত চহী কৰা বাবে ৰাজ্যখনৰ দুজন নেতাক কালি বহিষ্কাৰ কৰাৰ পিছত ৰাজ্যখনত নিৰ্বাচনত অংশগ্ৰহণ কৰিব বুলি আজি ঘোষণা কৰিছে।

সমগ্ৰ নাগা জাতীয় জীৱনক উৎকণ্ঠিত কৰি ৰখা এই ৰাজনৈতিক পৰিস্থিতিৰ মাজতে কালি ‘আমি নিৰ্বাচনৰ বাবে সাজু। নিৰ্বাচন প্ৰক্ৰিয়াত বাধা নিদিবৰ বাবে মই সকলোকে আহ্বান জনাইছো’  বুলি জনাইছিল নাগালেণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়াই।

Recent News

COVID19-image-credit-Odishatv-750x375

গোলাঘাটত দৈনিক বাঢ়িছে ক’ভিড পজিটিভৰ সংখ্যা; যোৱা ২৪ ঘন্টাত ১১ জন ক’ভিড ৰোগী চিনাক্ত

Park-street

পাঁচ মহলীয়া আট্টালিকাৰ পৰা পাঁচ যুৱতীৰ একেলগে জঁপিযাই আত্মহত্যাৰ চেষ্টা : ক’ত আৰু কিয়?

_100707788_a30f995d-99d8-4eeb-a521-1250a29e53e9

উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ভাৰোত্তোলক মীৰাবাই চানুৰ নতুন অভিলেখ স্থাপন

index.jpg8

কৰোনাৰ আতংকত কঁপিছে দেশ! : ২ সপ্তাহৰ লকডাউন ঘোষণা এখন ৰাজ্যত; কোন ৰাজ্য?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd