• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

নাগালেণ্ড বিধানসভা নিৰ্বাচন: ৰাজ্যবাসীক হিংসা বৰ্জনৰ আহ্বান এনএনপিজিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 16, 2018 12:09 pm
nagaland
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাগত বিধানসভা নিৰ্বাচনত নাগালেণ্ডবাসীক হিংসা বৰ্জনৰ আহ্বান জনাইছে ছটাকৈ নাগা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ উমৈহতীয়া মঞ্চ চমুকৈ এনএনপিজিৰ কৰ্যকৰী সমিতিয়ে।

এক প্ৰেছ বিবৃতিযোগে এনএনপিজিৰ কাৰ্যকৰী সমিতিয়ে কয়: বিধানসভা নিৰ্বাচন সম্পন্ন হোৱাৰ পাছতে কেন্দ্ৰীয় চৰকাৰৰ সৈতে নাগা সমস্যা সমাধানৰ ৰাজনৈতিক প্ৰক্ৰিয়া পুনৰ আৰম্ভ হ’ব। সেয়েহে ৰাজ্যবাসীয়ে নিৰ্বাচনী প্ৰক্ৰিয়া সুকলমে সম্পন্ন হোৱাত সহযোগ কৰা উচিত। নিৰ্বাচনৰ পাছত যিটো দলেই ক্ষমতালৈ নাহক কিয়, সদস্যসকলে কেইবা দশকজোৰা সমস্যাটোৰ এটা সন্মানজনক তথা গ্ৰহণযোগ্য সমাধানৰ বাবে কাম কৰিব লাগিব।

আনাহাতে নাগা সমস্যাটো সমাধান অবিহনে ৰাজ্যখনত কোনা এটা ৰাজনৈতিক দলে নিৰ্বাচনত অংশগ্ৰহণ নকৰে বুলি যোৱা ২৯ জানুৱাৰিত সৰ্বসন্মত সিদ্ধান্ত লোৱাৰ পাছতো ৰাজনৈতিক দলবোৰে নিৰ্বাচনত অংশ লোৱা বিষয়টোত গভীৰ উদ্বেগ ব্যক্ত কৰে এনএনপিজিয়ে।

তদুপৰি এনএনপিজিয়ে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু আৰু উত্তৰ পূব বিজেপিৰ মুৰব্বী ৰাম মাধৱক “Election for solution.” অৰ্থাৎ ‘সমাধানৰ বাবে নিৰ্বাচন’ শ্ল’গান বাস্তৱত কাৰ্যকৰী কৰিবলৈ আহ্বান জনায়।

উল্লেখ্য যে নাগা সমস্যাটো সমাধান নোহোৱা পৰ্যন্ত ৰাজ্যখনত কোনো এটা ৰাজনৈতিক দলে নিৰ্বাচনত অংশ নলয় বুলি সন্মত হোৱাৰ পাছত বিজেপিয়ে এইক্ষেত্ৰত প্ৰথমে ওলোটা খৰ মাৰিছিল। পাছৰ পৰ্যায়ত প্ৰায়বোৰ ৰাজনৈতিক দলে নিৰ্বাচনত অংশ লোৱাত নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ দৃশ্যপট সলনি হয়।

নিৰ্বাচনলৈ মাজত মাথোঁ কেইদিনমান বাকী থকা অৱস্থাত শেহতীয়াভাৱে এনএনপিজিৰ উমৈহতীয়া কৰ্যকৰী সমিতিয়ে হিংসা বৰ্জনেৰে সকলোকে অংশগ্ৰহণৰ আহ্বান জনোৱাটো যথেষ্ট তাৎপৰ্যপূৰ্ণ।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd