• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগালেণ্ড বিধানসভা নিৰ্বাচন : এনডিপিপিৰে আসন বুজাবুজিক লৈ অসন্তুষ্ট ৰাজ্যিক বিজেপি

এন ই নাও নিউজ by এন ই নাও নিউজ
February 5, 2018 12:23 pm
Kiren-Rijiju

কিৰেন ৰিজিজু

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগালেণ্ড বিধানসভা নিৰ্বাচনত বিজেপি আৰু এনডিপিপিয়ে আসন ভাগ-বাটোৱাৰা কৰিব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ মাত্ৰ এদিন পাছতে এইক্ষেত্ৰত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰি হাইকমাণ্ডলৈ পত্ৰ প্ৰেৰণ কৰিছে প্ৰদেশ বিজেপিয়ে।

নাগালেণ্ড বিজেপিৰ সভাপতি বৈশাওলী লংগুৱে এক পত্ৰযোগে বিজেপিৰ ৰাষ্টীয় সভাপতি অমিত শ্বাহক নিজৰ অসন্তুষ্টি ব্যক্ত কৰি কয়­ যে প্ৰদেশ বিজেপিয়ে আগতীয়া কোনো মিত্ৰতা অবিহনে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱেশ্য ফলাফলৰ পাছত প্ৰয়োজন অনুসৰি দলটোৱে নিৰ্বাচনত্তোৰ মিত্ৰতা কৰিবলৈ সাজু আছে।

Apply Now

নাগালেণ্ড বিধানসভা নিৰ্বাচনত বিজেপিৰ তত্ত্বাৱধায়ক কিৰেন ৰিজিজু আৰু এনডিপিপিৰ মুৰব্বী নেফিঅ’ ৰিঅ’ই যোৱা শনিবাৰে গুৱাহাটীত সংবালমেলযোগে মিত্ৰতাৰ কথা ঘোষণা কৰাৰ পাছত প্ৰদেশ বিজেপিয়ে উক্ত মিত্ৰতাক নাকচ কৰাটো যথেষ্ট তাৎপৰ্যপূৰ্ণ।

উল্লেখ্য যে গুৱাহাটীত অনুষ্ঠিত সংবাদমেলখনত ৬০খন আসনিবিশিষ্ট নাগালেণ্ড বিধানসভা নিৰ্বাচনত এনডিপিপিয়ে ৪০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে বিজেপিয়ে বাকী থকা আসনত প্ৰাৰ্থী দিব বুলি ঘোষণা কৰিছিল।

আনহাতে নাগালেণ্ড বিজেপিৰ সাধাৰণ সম্পাদক এডুজু ডিলুঅ’এ এইক্ষেত্ৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে প্ৰদেশ বিজেপিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পৰা ৪৫গৰাকীমান সম্ভৱনাপূৰ্ণ প্ৰাৰ্থী আছে। প্ৰদেশখনত দিনে দিনে দলটোৰ প্ৰাধান্য বৃদ্ধি পাইছে আৰু নিৰ্বাচনত ইয়ে যথেষ্ট প্ৰভাৱ পেলাব। এনডিপিপিতকৈ বিজেপিৰ সম্ভাৱনা বেছি আছে।

যদিহে বিজেপিয়ে অকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে তেন্তে অন্য দলৰ প্ৰতিনিধিয়েও দলটোত যোগদানৰ সম্ভাৱনা আছে। সেয়েহে নাগালেণ্ড বিজেপিয়ে প্ৰাক্ নিৰ্বাচনী মিত্ৰতা কোনোপধ্যে মানি ল’ব নোৱাৰে।

অহা ২৭ ফেব্ৰুৱাৰিত অনুষ্ঠিতব্য নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বাবে ইয়াক এক নতুন সংকট বুলিব পাৰি।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd