• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

লোকপিয়লৰ তথ্য : নাগালেণ্ড ভাৰতৰ সৰ্বাধিক ভাষিক বৈচিত্ৰ্য থকা ৰাজ্য

এন ই নাও নিউজ by এন ই নাও নিউজ
July 13, 2018 4:32 pm
Nagaland-People

ফটো উৎস : গুগল

64
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১১ চনৰ লোকপিয়লত প্ৰকাশিত ভাষিক তথ্য অনুসৰি জানিব পৰা গৈছে যে নাগালেণ্ড হৈছে ভাৰতৰ আটাইতকৈ অধিক ভাষিক বৈচিত্ৰ থকা ৰাজ্য। এই ক্ষেত্ৰত কেৰেলা আটাইতকৈ কম ভাষিক বৈচিত্ৰময় ৰাজ্য।

অৱশ্যে এই বিশ্লেষণসমূহ উদ্যোগিক অৰ্থনীতিৰ অতি উজু ধাৰণাক ব্যৱহাৰ কৰি কৰা হৈছে। সেইটো হৈছে হাৰফিনড’ল-হাৰ্শ্বমেন সূচক (Herfindahl-Hirschmann Index চমুকৈ HHI)।

Apply Now

এই সূচকটো প্ৰথমে উদ্যোগৰ ক্ষেত্ৰত প্ৰতিদ্বন্দ্বিতা আৰু একাধিপত্যৰ মাত্ৰাক পৰিমাণগতভাৱে প্ৰকাশ কৰাৰ বাবে বিকশিত কৰা হৈছিল। উদ্যোগত প্ৰতিটো কোম্পানীৰ বজাৰ অংশৰ বৰ্গৰ যোগফল হিচাপে হাৰফিনড’ল-হাৰ্শ্বমেন সূচকৰ সংজ্ঞা দিয়া হয়। উদ্যোগত এক সঠিক প্ৰতিদ্বন্দ্বিতামূলক পৰিৱেশত (যথেষ্ট সংখ্যক কোম্পানী আৰু প্ৰত্যেকৰে এক ক্ষুদ্ৰ বজাৰ অংশ  সহ) থাকিলে হাৰফিনড’ল-হাৰ্শ্বমেন সূচক ‘০’ হয় আনহাতে একচেটীয়া ব্যৱসায়ৰ ক্ষেত্ৰত এই সূচকটো ‘১’।

হাৰফিনড’ল-হাৰ্শ্বমেন সূচকৰ ওলোটাটোৱে আমাক ফাৰ্মসমূহৰ কাৰ্যকৰী সংখ্যাটো প্ৰদান কৰে। (এটা উদ্যোগৰ একচেটীয়া ব্যৱসায়ৰ ক্ষেত্ৰত ১ আৰু সম্পূৰ্ণ প্ৰতিদ্বন্দ্বিতামূলক উদ্যোগৰ ক্ষেত্ৰত সূচকটো অসীম হয়)। এই ধাৰণাটোকেই অৰ্থনীতিৰ বিভিন্ন ক্ষেত্ৰতো প্ৰয়োগ কৰা হয়।

উদাহৰণ স্বৰূপে নিৰ্বাচনৰ ক্ষেত্ৰত ‘বিপৰীত হাৰফিনড’ল-হাৰ্শ্বমেন সূচক’ (Inverted Herfindahl-Hirschmann Index ) সূত্ৰটো দলৰ কাৰ্যকৰী সংখ্যা (ভোট) গণনা কৰাৰ বাবে ব্যৱহাৰ কৰা হয়। একেধৰণেৰে আমি এই সূত্ৰটোকেই এখন ৰাজ্যৰ এখন ৰাজ্যৰ কাৰ্যকৰী ভাষা পৰীক্ষা কৰাৰ ক্ষেত্ৰটো ব্যৱহাৰ কৰিব পাৰোঁ।

এতিয়া, ২০১১১ চনৰ লোকপিয়লত ভাষাক দুটা স্তৰ প্ৰদান কৰা হৈছে। ভাষা আৰু মাতৃভাষা। ভাষাক গুৰু ভাষা আৰু লঘূ ভাষা অথবা দেৱান হিচাপেও বৰ্ণনা কৰিব পাৰি। (এটা প্ৰাচীন উক্তি অনুসৰি ভাষা হৈছে স্থলসেনা আৰু জলসেনাৰে সজ্জিত এটা দেৱান) আমি ইয়াতে ভাৰতৰ প্ৰতিখন ৰাজ্যৰে ভাষা আৰু দেৱান পৰ্যায়ত বৈচিত্ৰতা লক্ষ্য কৰিম।

এই ক্ষেত্ৰত নাগালেণ্ড ভাষা আৰু দেৱানৰ শাখাত বিজয়ী ৰূপে প্ৰতিপন্ন হৈছে।

২০১১ৰ লোকপিয়লৰ ওপৰত তথ্যৰ ওপৰত ভিত্তি কৰি নাগালেণ্ডত কাৰ্যকৰীভাৱে ১৪টা ভাষা আছে আৰু ১৭টা দেৱান আছে।ৰাজ্যখনৰ আটাইতকৈ অধিক প্ৰচলিত কনিয়াক ভাষা মাথোঁ ৪৬ শতাংশ লোকে ব্যৱহাৰ কৰে। ইয়াৰ সম্পূৰ্ণ বিপৰীত মেৰুত অৱস্থান কৰা কেৰেলাত মাথোঁ ১.০১ টা কাৰ্যকৰী ভাষা আছে। ২০১১ চনৰ লোকপিয়ল অনুসৰি, ৰাজ্যখনৰ ৯৭শতাংশ বাসিন্দাই মালায়াম ভাষাক তেওঁলোকৰ মাতৃভাষা হিচাপে ব্যৱহাৰ কৰে।

এই বৈপৰীত্য থকা ৰাজ্য দুখন আটাইতকৈ আমোদজনক নহয় অৱশ্যে। আটাইতকৈ আমোদজনক ৰাজ্যসমূহ হৈছে অধিকভাৱে হিন্দী ভাষা ব্যৱহাৰ কৰা ৰাজ্যসমূহ। এই ৰাজ্যসমূহত কাৰ্যকৰী দেৱানৰ সংখ্যাই কাৰ্যকৰী ভাষাৰ সংখ্যাক বহু দূৰ পিছ পেলাই দিছে।

উদাহৰণস্বৰূপে হিমাচল প্ৰদেশত মাত্ৰ ১.৩ কাৰ্যকৰী ভাষা আছে আৰু ৮৬শতাংশ লোকে হিন্দীক তেওঁলোকৰ মাতৃভাষা বুলি স্বীকৃতি প্ৰদান কৰিছে। অৱশ্যে ইযাক পৰ্যায়ক্ৰমে দেৱানসমূহলৈ ভাগ কৰিলে আমি পাওঁ যে ৰাজ্যখনত প্ৰায় ৬টা কাৰ্যকৰী ভাষা আছে আৰু ইয়াৰ ভিতৰত ডাঙৰ দেৱানটো হৈছে পাহাৰী (হিন্দীৰ এটা দেৱান) আৰু ইয়াক ৰাজ্যখনৰ ৩২ শতাংশ লোকে ব্যৱহাৰ কৰে।

একেদৰে বিহাৰৰ ৭৮ শতাংশ লোকে হিন্দী ভাষা কয় (যেতিয়া ভাষাৰ পৰ্যায়ত জোখা গৈছিল) আৰু ইয়াক ১.৬ কাৰ্যকৰী ভাষাৰ ৰাজ্য পৰিগণিত কৰিছিল। কিন্তু ইয়াক দেৱানৰ ভাগ কৰিলে হিন্দী ভাষা মাত্ৰ ২৬শতাংশ লোকে ব্যৱহাৰ কৰে। ৰাজ্যখনৰ আন এটা প্ৰধান দেৱান হৈছে ভোজপুৰী।

তেনেদৰে ৰাজস্থান আৰু চত্তীছগড়ত ভাষিক পৰ্যায়ত হিন্দী প্ৰভাৱশীল ভাষা হ’লেও  আমি দেৱান পৰ্যায়ত জৰীপ কৰিলে পাওঁ যে  হিন্দীৰ দেৱান ৰাজস্থানীয়ে ৰাজস্থানত  আৰু চত্তীছগড়ীয়ে চত্তীছগড়ত প্ৰভাৱশালী ভূমিকা পালন কৰে।

অৰুণাচল আদি সৰু ৰাজ্যৰ কথ্য ভাষাসমূহক বাদ দি হিন্দী হৈছে একমাত্ৰ ভাষা যিটো বহুকেইটা গুৰুত্বপূৰ্ণ দেৱানলৈ বহুধা বিভক্ত হৈ পৰিছে। ইয়াৰ ফলত এটা প্ৰশ্নৰ উদয় হয়, হিন্দী কি?

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

July 4, 2026 5:33 pm
পাহৰণিৰ গৰ্ভত থকা ইতিহাস: আমেৰিকাৰ স্বাধীনতাত মহীশূৰৰ হাইদৰ আলী আৰু টিপু চুলতানৰ অৱদান

পাহৰণিৰ গৰ্ভত থকা ইতিহাস: আমেৰিকাৰ স্বাধীনতাত মহীশূৰৰ হাইদৰ আলী আৰু টিপু চুলতানৰ অৱদান

July 4, 2026 5:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd